• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেটৰ বাবেই ভাৰতৰ সৈতে গায়ানাৰ গভীৰ সম্পৰ্ক! খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
November 22, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ক্ৰিকেটৰ বাবেই ভাৰতৰ সৈতে গায়ানাৰ গভীৰ সম্পৰ্ক! খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তিনিখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত গায়ানাত উপস্থিত থাকে। তেওঁৰ এই ভ্ৰমণত নাইজেৰিয়াও অন্তৰ্ভূক্ত আছিল, যি ১৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পশ্চিম আফ্ৰিকাৰ এই দেশখনলৈ প্ৰথম ভ্ৰমণ। নাইজেৰিয়াৰ পৰা মোদীয়ে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ গৈছিল।

নাইজেৰিয়াৰ পৰা মোডীয়ে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ গৈছিল। ব্ৰাজিলত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰকে ধৰি বিশ্বৰ নেতাসকলক সাক্ষাৎ কৰে।

ইয়াৰ পিছতেই এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত গায়ানাত উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী। গায়ানাৰ বিশিষ্ট ক্ৰিকেট খেলুৱৈক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে গায়ানাৰ বিশিষ্ট ক্ৰিকেট খেলুৱৈসকলৰ সৈতে ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰে। লগতে তেওঁ কয় যে, এই খেলে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি তুলিছে। লগতে সাংস্কৃতিক সম্পৰ্কও গভীৰ হৈ উঠিছে।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে, ক্ৰিকেটে কেৰিবিয়ান দেশসমূহৰ সৈতে ভাৰতক সংযোগ কৰা এক অনন্য বন্ধন হিচাপে কাম কৰিছে। বুধবাৰে প্ৰধানমন্ত্ৰী গায়ানাত উপস্থিত হয়, যিটো ৫০ বছৰতকৈও অধিক সময়ৰ পাছত ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভ্ৰমণ।

ক্ৰিকেট জগতৰ চেলিব্ৰিটিৰ সৈতে সাক্ষাৎ

বৃহস্পতিবাৰে তেওঁ গায়ানাৰ ৰাষ্ট্ৰপতি ইৰফান আলীকে ধৰি ক্ৰিকেট জগতৰ বহুতো চেলিব্ৰিটিক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটাৰৰ এটা পোষ্টত কয় যে, এই ইনিংছ বন্ধুত্বৰ ইনিংছ, জৰ্জটাউনত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেষ্ট ইণ্ডিজৰ আগশাৰীৰ ক্ৰিকেটাৰসকলক  সাক্ষাৎ কৰে।

জনসাধাৰণৰ সম্পৰ্কৰ কথা কওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ক্ৰিকেটে ভাৰতক কেৰিবিয়ান দেশসমূহৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰামত নিজৰ পোষ্টত এই বৈঠকৰ ছবিও শ্বেয়াৰ কৰে।

Tags: GuyanaINTERNATIONAL TRIPPM Modi

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025