• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
27 °c
Guwahati
27 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা, জানো আহক সবিশেষ

Nation NE by Nation NE
August 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা, জানো আহক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

পুনৰ সংঘটিত হয় বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা। শুকুৰবাৰে এয়াৰশ্ব’ এটাৰ সময়ত ভূমধ্য সাগৰত দুৰ্ঘটনাগ্ৰস্ত এই জেট বিমানখন।

এই দূৰ্ঘটনা ফ্ৰান্স দক্ষিণ উপকূলীয় অঞ্চলত। এই দূৰ্ঘটনাৰ ফলত এই সৰু এৰোবেটিক  বিমানখনত উপস্থিত থকা ৬৫ বছৰীয়া পাইলটগৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱায়।

বাতৰি অনুসৰি, উদ্ধাৰ অভিযানৰ সময়ত ৬৫ বছৰীয়া এই পাইলটগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শুকুৰবাৰে এই দূৰ্ঘটনাটোৰ এটা ভাইৰেল ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰকাশ পায়। এই ভিডিঅ’টোত, ফৌগা মেজিষ্টাৰ জেটখনে সাগৰত ডুব যোৱাৰ আগতে ভাৰসাম্য হীন হৈ দূৰ্ঘটনাগ্ৰস্ত হোৱা দেখা যায়।

ফ্ৰান্সৰ কৰ্তৃপক্ষই জনোৱা মতে, দক্ষিণ ফ্ৰান্সৰ লাভাণ্ডৌত এয়াৰ শ্ব’ এটাৰ সময়ত উৰি থকা ফৌগা মাগিষ্টাৰ জেটখন ভূমধ্য সাগৰত নিজৰ ভাৰসাম্যতা হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়।

Tags: Flight CrashFrance JetInternational

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025