অসমীয়া অভিনয় জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰ জীৱনলৈ আহিল সুখবৰ। বছৰটোৰ শেষত ভাল খবৰ দিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী বৰষা ৰাণী বিষয়া।বৰষাৰ কোলা শুৱনি কৰিলে এটি দেৱকন্যাই।

এই খবৰে বৰষাৰ লগতে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাৰ জীৱনলৈ লৈ আনিছে সুখৰ বতৰা।











