• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ হাজাৰ কোটি উপাৰ্জন, Bhool Bhulaiyaa 3 মুক্তিৰ পূৰ্বে কি ক’লে ৰাজপাল যাদৱে?

Nation NE by Nation NE
October 24, 2024
in Top News, বিনোদন
0 0
১০ হাজাৰ কোটি উপাৰ্জন, Bhool Bhulaiyaa 3 মুক্তিৰ পূৰ্বে কি ক’লে ৰাজপাল যাদৱে?
Share on FacebookShare on TwitterWhatsApp

ৰাজপাল যাদৱৰ অভিনয়ক সকলো লোকেই পচন্দ কৰি আহিছে। তেওঁৰ এই কমিক টাইমিঙক লৈ দৰ্শক যথেষ্ট আপ্লুত হয়। এইবাৰ তেওঁক কাৰ্তিক আৰ্য়ানৰ ভূল ভুলাইয়া ৩ ৰ লগতে বৰুণ ধাৱনৰ বেবী জনতো দেখা যাব।

দীপাৱলীত অৰ্থাৎ ১ নৱেম্বৰত তেওঁৰ ছবি ভূল ভুলাইয়া ৩ মুক্তি পাবলৈ গৈ আছে। এই ছবিখনত তেওঁক কাৰ্তিক আৰ্য়ান, বিদ্যা বালন, মাধুৰী দীক্ষিত আৰু ত্ৰিপ্তী ডিমৰীৰ দৰে তাৰকাৰ সৈতে দেখা যাব। ইয়াৰ পিছত বৰুণ ধাৱনৰ একচন মনোৰঞ্জনকাৰী বেবী জন ছবিতো দেখা যাব ৰাজপাল যাদৱক। ৰাজপাল যাদৱৰ এই দুয়োখন ছবিয়ে বক্স অফিচত ভাল ব্যৱসায় কৰিবলৈ সফল হ’ব বুলি ধাৰণা কৰা হৈছে।

ভূল ভুলাইয়া ৩ আৰু বেবী জনে কিমান উপাৰ্জন কৰিব আৰু ইয়াৰ প্ৰতি দৰ্শকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া মুক্তিৰ পিছত জানিব পৰা যাব। কিন্তু বক্স অফিচৰ নম্বৰ সন্দৰ্ভত ৰাজপাল যাদৱে নিশ্চিতভাৱে ইচ্ছা প্ৰকাশ কৰিছে।

এক সাক্ষাৎকাৰত ৰাজপাল যাদৱে কয় যে, তেওঁৰ ছবিখনে ১০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিব বুলি আশা কৰিছে। সাক্ষাৎকাৰৰ সময়ত ৰাজপাল যাদৱে কয় যে, তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ ছবিখনত কাম কৰিব বিচাৰে আৰু সেই ছবিখনে কেইবা হাজাৰ কোটি টকাৰ ব্যৱসায় কৰাটো বিচাৰে। তেওঁ কয় যে, যদি এতিয়া ৬০০ কোটি, ৮০০ কোটি টকাৰ চিনেমা আছে, তেন্তে ৰাজপালৰ ওপৰত এখন চিনেমা নিৰ্মাণ কিয় নহয়, যাৰ বাবে ১০০০ কোটি টকা খৰচ হ’ব আৰু ১০ হাজাৰ কোটি টকা উপাৰ্জন হ’ব।

২০২৪ত ৰাজপাল যাদৱৰ বহু ছবিয়ে মুক্তি লাভ কৰিছে। তেওঁৰ ছবি “কাম চালু হ্যায়” ZEE5 ত আহিছিল, যিখনৰ প্ৰচাৰ কান চলচ্চিত্ৰ মহোৎসৱতো হৈছিল। ইয়াৰ উপৰিও তেওঁ সুপ্ৰিয়া পাঠক, ছানী সিং আৰু অভনীত কৌৰৰ ছবি “লাভ কি এৰেঞ্জড মেৰেজ”ত অভিনয় কৰিছিল। এইবোৰৰ উপৰিও তেওঁক ৰাজপাল যাদৱক “চান্দু চেম্পিয়ন” ছবিতো দেখা গৈছিল।

Tags: entertainmentMoviesRajpal Jadav

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025