• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 10, 2025
33 °c
Guwahati
33 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…

    শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি?

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

    অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হাস্পতালত ভয়ংকৰ ঘটনা; ১০ টি নৱজাতক নিহত, অভিভাৱকৰ উত্তাল প্ৰতিবাদ

      Nation NE by Nation NE
      November 16, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      হাস্পতালত ভয়ংকৰ ঘটনা; ১০ টি নৱজাতক নিহত, অভিভাৱকৰ উত্তাল প্ৰতিবাদ
      Share on FacebookShare on TwitterWhatsApp

      শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ ঝাঁচীৰ এখন হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১০টি নৱজাতক নিহত হোৱাৰ লগতে আন ১৬ গৰাকীয়ে জীৱন-মৃত্যুৰে যুঁজি আছে। জানিব পৰা অনুসৰি, নিশা প্ৰায় ১০.৪৫ বজাত মহাৰাণী লক্ষ্মী বাই মেডিকেল কলেজৰ নৱজাতক আই চি ইউত এই অগ্নিকাণ্ড সংঘটিত হয়।

      অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত নৱজাতকৰ আই চি ইউত ৫৪টি শিশু চিকিৎসাধীন হৈ আছিল। ইযাৰে ৪৪টি শিশুক জীৱন্তে উদ্ধাৰ কৰা হৈছিল। ঘটনাটোত কৰুণ মৃত্যুক আকোৱালি লোৱা ১০টি শিশুৰ ৭জনক চিনাক্ত কৰা হৈছে যদিও আন তিনিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

      ইফালে এই ঘটনাৰ পিছতেই শিশুসকলৰ অভিভাৱকসকলে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। নিজ সন্তানসকলক সাক্ষাৎ কৰিব নিদিয়াৰ বাবেই ক্ষুব্ধ আত্মীয়সকলে চিকিৎসালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰিছে।

      ইফালে হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কেঁচুৱাকেইটাৰ পৰিচয়ক লৈ যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ বাবেহে আহত সন্তানক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল।

      Tags: HospitalJhansiNewbornUttar Pradesh

      Related Posts

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      May 10, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      May 9, 2025
      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      May 9, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      May 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      May 9, 2025
      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      May 8, 2025

      শীৰ্ষ সংবাদ

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      BCCI য়ে বৰ্জন কৰিলে ধ্বংস হ’ব পাকিস্তান-বাংলাদেশ ক্ৰিকেট, কিমান কোটি লোকচানৰ হ’ব?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist