• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১৫ জন সন্ত্ৰাসবাদীৰ মৃত্যু; চাৰিজন জোৱান শ্বহীদ

      Nation NE by Nation NE
      February 16, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১৫ জন সন্ত্ৰাসবাদীৰ মৃত্যু; চাৰিজন জোৱান শ্বহীদ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দুটা ভিন্ন স্থানত নিৰাপত্তাৰক্ষীৰ দলে চলোৱা অভিযানত এক ডজনৰো অধিক ম’ষ্ট ৱাণ্টেড খোৱাৰীজ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে।

      সন্ত্ৰাসবাদীৰ দলৰ উপস্থিতিৰ খবৰ পোৱাৰ লগে লগে ডেৰা ইছমাইল খান জিলাৰ সাধাৰণ এলেকা হাথালাত নিৰাপত্তা বাহিনীয়ে এই অভিযান চলায়।

      এই অভিযানৰ সময়ত পাকিস্তানৰ সাহসী সৈন্যই সফলতাৰে সংগঠনটোৰ শীৰ্ষ নেতা খাৰজী ফাৰ্মা, খাৰজী আমানুল্লা, খাৰজী ছাইদ, খাৰজী বিলালক ধৰি ৯ জন সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হয়।

      ইফালে উত্তৰ ৱাজিৰস্তান জিলাৰ মিৰাণ শ্বাহত চলোৱা আন এক অভিযানত নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় আন ছয় খোৱাৰীজ সন্ত্ৰাসবাদী। অৱশ্যে দুৰ্ভাগ্যক্ৰমে এই অভিযানত শ্বহীদ হয় নিৰাপত্তাবাহিনীৰ চাৰিজন জোৱান।

      দুটা পৃথক পৃথক অভিযানত ১৫ জন সন্ত্ৰাসবাদীৰ মৃত্যু হয় যদিও অঞ্চল দুটাত এতিয়াও নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

      Tags: Khyber PakhtunkhwaMartyrPakistanTerrorists Killed

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist