• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুজৰাটৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
April 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গুজৰাটৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১৮ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ দীছাস্থিত এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ পিছতে সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে কমেও ১৮জনকৈ শ্ৰমিকে। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন পাঁচজন শ্ৰমিক।

এই বিস্ফোৰণ খবৰ লাভ কৰাৰ পিছতে শীৰ্ষ জিলা বিষয়াৰ লগতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্ট চলোৱাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

জিলা উপায়ুক্ত মিহিৰ পেটেলে প্ৰথম অৱস্থাত ৬ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জনাইছিল যদিও জুই নিয়ন্ত্ৰণৰ পিছত উদ্ধাৰকাৰী দলে চলোৱা অভিযানত আৰু বহু লোকৰ মৃতহে উদ্ধাৰ হয়।

ফেক্টৰীটোৰ বয়লাৰ বিস্ফোৰণৰ পিছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। অগ্নিকাণ্ডৰ পিছতে জুইৰ লেলিহান শিখাই ফেক্টৰীটো আৱৰি ধৰে আৰু যাৰ ফলত ফেক্টৰীটোৰ এখন ছাদ ভাঙি পৰে।

উদ্ধাৰ অভিযান চলোৱাৰ বাবে এছ ডি আৰ এফ বাহিনীৰ এটা দলো ঘটনাস্থলত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বিস্ফোৰণৰ ফলত মৃত্যু হোৱা আটাই কেইজন শ্ৰমিক মধ্য প্ৰদেশৰ বাসিন্দা। ইফালে ফেক্টৰীৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে এই সমগ্ৰ ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহত লোকক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

Tags: Firecracker FactoryGujaratMassive Fire

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025