• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৭ এদিনীয়া বিশ্বকাপৰ বাবে ডাঙৰ ঘোষণা; জানক ক’ত হ’ব মেচসমূহ…

Nation NE by Nation NE
August 23, 2025
in Top News, ক্ৰীড়া
0 0
২০২৭ এদিনীয়া বিশ্বকাপৰ বাবে ডাঙৰ ঘোষণা; জানক ক’ত হ’ব মেচসমূহ…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ স্থানসমূহ ঘোষণা কৰা হৈছে। ক্ৰিকেটৰ আটাইতকৈ সৰ্ববৃহত প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ৪৪খন মেচ দক্ষিণ আফ্ৰিকাই আয়োজন কৰাৰ বিপৰীতে বাকী ১০খন মেচ জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব।

২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ।

২০২৭ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিবলৈ জোহান্সবাৰ্গ, প্ৰিট’ৰিয়া, কেপটাউন, ডাৰবান, জিকেবাৰা, ব্ল’মফণ্টেইন, ইষ্ট লণ্ডন আৰু পাৰ্লক নিৰ্বাচিত কৰা হৈছে। স্থান ঘোষণাৰ সমান্তৰালকৈ বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে স্থানীয় আয়োজক সমিতিৰ ব’ৰ্ডো গঠন কৰা হৈছে। এই কমিটীৰ নেতৃত্বত থাকিব দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ট্ৰেভৰ মেনুৱেল।

২০০৩ চনৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেৰ সহযোগত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইফালে প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাৰ আয়োজক দেশ হিচাপে নিৰ্বাচিত হৈছে নামিবিয়া।

২০২৭ চনৰ বিশ্বকাপত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে সাতটাকৈ দলৰ দুটা গ্ৰুপ গঠন কৰা হ’ব। দুয়োটা গ্ৰুপৰ শীৰ্ষ ৩ খন দেশে ছুপাৰ-৬ পৰ্যায়ত প্ৰৱেশ কৰিব। ২০০৩ চনতো একেধৰণৰ ফৰ্মেট গ্ৰহণ কৰা হৈছিল।

আয়োজক দল হোৱাৰ বাবে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱেই বিশ্বকাপত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিছে যদিও তৃতীয়খন আয়োজক নামিবিয়াৰ আইচিচিৰ সদস্যপদ নাই, সেয়ে কোৱালিফিকেশ্যনৰ জৰিয়তে বিশ্বকাপত স্থান নিশ্চিত কৰিব লাগিব।

Tags: ODIworld cup

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025