• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজধানীত প্ৰচণ্ড ধুমুহা-বৰষুণ; ৩ জন লোকৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
May 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজধানীত প্ৰচণ্ড ধুমুহা-বৰষুণ; ৩ জন লোকৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে বিয়লি দিল্লীত অহা প্ৰচণ্ড বতাহ-বৰষুণৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ খবৰ লাভ কৰা গৈছে। এই প্ৰচণ্ড ধুমুহাৰ ফলত উৰি গৈছে দিল্লী-গাজিয়াবাদ-মেৰঠ ৰেপিড মেট্ৰ’ৰ নিউ অশোকনগৰ ষ্টেচনৰ চাদ। বতাহ-ধুমুহা ইমানেই প্ৰচণ্ড আছিল যে ষ্টেচনৰ চাদৰ টিনপাত বহু দূৰলৈ চিটিকি যোৱা পৰিলক্ষিত হয়।

ৰাজধানীখনৰ বিভিন্ন অঞ্চলত গছ-গছনিৰ লগতে বিদ্যুতৰ খুঁটা ভাঙি পৰাৰো খবৰ আহিছে। ইফালে চেণ্ট্ৰেল দিল্লীৰ নৱী কৰীম অঞ্চলৰ আৰাকছা ৰোডস্থিত এটা নিৰ্মাণাধীন ঘৰৰ দেৱাল খহি পৰাৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন ৪ জন লোকো আহত হোৱাৰো খবৰ পোৱা গৈছে।

এই ঘটনাৰ পিছতে ঘটনাস্থত স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলে ভগ্নাৱশেষৰ পৰা দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চাৰিজনক উদ্ধাৰ কৰে।

আহত লোক কেইজনক লগে লগে সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰে এজনে চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে।

প্ৰাপ্ত খবৰ অনুসৰি, এই অঞ্চলটোত এখন থ্ৰী ছাইড হোটেলৰ নিৰ্মাণ চলি আছিল। কাম-কাজ চলি থকাৰ সময়তে আজি বিয়লি অহা ভয়ংকৰ ধুমুহা আৰু বৰষুণৰ বাবে হঠাতে বেছমেণ্টৰ দেৱাল ভাঙি পৰে।

Tags: #DelhiHeavy RainNavi KarimWall Collapsed

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025