• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, January 25, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানৰ ৩৯ বছৰীয়া এইগৰাকী বলাৰে ভংগ কৰিলে আৰ অশ্বিনৰ অভিলেখ

Nation NE by Nation NE
October 14, 2025
in Top News, ক্ৰীড়া
0 0
পাকিস্তানৰ ৩৯ বছৰীয়া এইগৰাকী বলাৰে ভংগ কৰিলে আৰ অশ্বিনৰ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচত পাকিস্তান দলটোৰ অনুভৱী স্পিনাৰ নৌমান আলীয়ে বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। ৩৯ বছৰীয়া আলীয়ে মেচখনৰ প্ৰথম ইনিংছত ৬টা উইকেট দখল কৰে।

প্ৰথম ইনিংছত এই ৬টা উইকেট দখলৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত এটা ইনিংছত ৬টা উইকেট দখল কৰা আটাইতকৈ বয়সীয়াল বলাৰত পৰিণত হয় আলী। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে ভাৰতীয় দলৰ প্ৰাক্তন বলাৰ আৰ অশ্বিনক।

অশ্বিনে ২০২৪ চনত বাংলাদেশৰ বিৰুদ্ধে ৬টা উইকেট দখল কৰিছিল। সেই সময়ত অশ্বিনৰ বয়স আছিল ৩৮ বছৰ। ইফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬টা উইকেট দখল কৰা নৌমান আলীৰ বৰ্তমান বয়স ৩৯ বছৰ ৫ দিন।

উল্লেখ্য যে বৰ্তমান পাকিস্তান টেষ্ট ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য নৌমান আলীয়ে ২০২৩ চনৰ পৰা এই পৰ্যন্ত ৫২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত তেওঁৰ বলিং গড় হৈছে ১৫.২১।

Tags: Noman AliPakistanPakistan vs South AfricaTest CricketWTC

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025