• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৃথিৱীৰ ৫ খন দেশ য’ত নাই কোনো নদী, তথাপিও অভাৱ নাই খোৱাপানীৰ

Nation NE by Nation NE
December 22, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পৃথিৱীৰ ৫ খন দেশ য’ত নাই কোনো নদী, তথাপিও অভাৱ নাই খোৱাপানীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পানীয়ে প্ৰাণীৰ প্ৰাণ। নদী, বিল আৰু পুখুৰী থকা দেশত মানুহে পানীৰ অভাৱৰ সন্মুখীন নহয়। কিন্তু কোনো এখন দেশত নদী নাথাকিলে কি হ’ব? নদী নথকা এখন দেশত মানুহে খোৱাপানী কেনেকৈ লাভ কৰিব? আপুনি হয়তো ভাবিব পাৰে যে পৃথিৱীৰ এনে কোনো দেশ থাকিব নোৱাৰে য’ত নদী নাই। যদি এইটো ভাবিছে তেন্তে আপুনি ভুল।

আজি আমি আপোনালোকক জনাম ৮ খন দেশৰ বিষয়ে য’ত এখনো নদী নাই। আশ্চৰ্যজনক কথাটো হ’ল যে এই তালিকাৰ পঞ্চম স্থানত থকা দেশখনৰ নাম জানিলে আপুনি স্তম্ভিত হ’ব৷

টাইমছ অফ ইণ্ডিয়াৰ বাতৰি অনুসৰি, এখনো নদী নথকা ডাঙৰ দেশৰ ভিতৰৰ প্ৰথম স্থানত আছে ছৌদি আৰৱ। কিন্তু ইয়াত সাগৰৰ পানী ডিচেলাইনেচন প্ৰক্ৰিয়াৰ সহায়ত সাগৰৰ পানী খোৱাৰ উপযুক্ত কৰি তোলে। ডিচেলাইনেচনৰ জৰিয়তে প্ৰায় ৭০ শতাংশ পানী আহৰণ কৰে ছৌদি আৰৱে। ইয়াৰ উপৰি পানীৰ পুনৰ ব্যৱহাৰৰ এক উপযুক্ত ব্যৱস্থাও আছে, যাৰ বাবে দেশখনে পানীৰ অভাৱ অনুভৱ নকৰে।

আনহাতে বিশ্বৰ আন এখন ধনী দেশ হৈছে কাটাৰ। এই দেশখনতো নাই এখনো নদী। সেয়ে এই দেশখনেও সাগৰৰ পানী খোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। ইয়াৰ বাবে ইয়াত খোৱাপানীৰ ৯৯ শতাংশ সাগৰৰ পানী ডিচেলাইনেচনৰ জৰিয়তে সংগ্ৰহ কৰা হয়।

নদী নথকা দেশৰ তালিকাত তৃতীয় স্থানত আছে ইউনাইটেড আৰৱ এমিৰেটছ। ডুবাই আৰু আবু ধাবীৰ দৰে বিখ্যাত চহৰৰ বাবে পৰিচিত এইখন দেশেও সাগৰৰ পানী ডিচেলাইনেচন প্ৰক্ৰিয়াৰ সহায়ত সাগৰৰ পানী খোৱাৰ উপযুক্ত কৰি তোলে। প্ৰায় ৮০ শতাংশ সাগৰৰ পানী ডিচেলাইনেচনৰ জৰিয়তে সংগ্ৰহ কৰে।

কুৱেইটো এনে এখন দেশ য’ত নদী নাই। দেশখন পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিচেলাইনেচন (সাগৰৰ পানী খোৱাব পৰা প্ৰক্ৰিয়া) ওপৰত নিৰ্ভৰশীল। জল সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কুৱেইটে কঠোৰ পানী সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ কৰিছে।

সাগৰেৰে আগুৰি থকা অতি সুন্দৰ দেশ মালদ্বীপতো কোনো প্ৰাকৃতিক নদী নাই। কিন্তু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ মিঠা পানীৰ উৎসসমূহ ভাবুকিৰ সন্মুখীন হৈছে। এই দেশখনে নিজৰ পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। মালদ্বীপে বৰষুণৰ পানী সংগ্ৰহ, ডিচেলাইনেচন (সাগৰৰ পানী খোৱাব পৰা প্ৰক্ৰিয়া), আৰু বটলত ভৰোৱা পানীৰ জৰিয়তে পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে।

Tags: RiverWorld

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025