• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিয়া খাই ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনৰ মৃত্যু

Nation NE by Nation NE
May 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিয়া খাই ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ পৰা আহিছে এটা মৰ্মান্তিক খবৰ। ৰাজ্যখনৰ এটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু ঘটাৰ লগতে ৮ জন লোক গুৰুতৰভাৱে আহত হৈছে। আহত লোক কেইজনক সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, বলৰামপুৰ-বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ী আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। বুধবাৰে মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত উপস্থিত হোৱা জিলা দণ্ডাধীশ পৱন আগৰৱালাই কয় যে ভূলালিহা গাঁৱৰ এটা পৰিয়ালৰ সদস্যই এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাৰ সন্মুখীন হয়।

ইফালে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকজনে ঘটনাস্থলৰ পৰা পলায়ন কৰিছে। অৱশ্যে ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকখনৰ মালিক আৰু চালকৰ সন্ধানত অভিযান চলি আছে আৰু শীঘ্ৰে দুৰ্ঘটনা সংঘটিত কৰা চালকজনক গ্ৰেপ্তাৰ কৰা হ’ব।

এই কৰুণ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।

Tags: Road AccidentUttar Pradesh

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025