• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 25, 2026
28 °c
Guwahati
27 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

Nation NE by Nation NE
July 20, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অতি মৰ্মান্তিক! এটা পৰিয়ালৰে পাঁচজন লোকৰ আত্মহত্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আহমেদাবাদৰ বাগোদৰা গাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। এই অঞ্চলটোত বাস কৰা এটা পৰিয়ালৰ পাঁচজন লোকৰ মৃত্যু হৈছে। মৃত পৰিয়ালটো মূলতঃ ঢোলকাৰ আৰু বৰ্তমান বাগোদৰা গাঁৱৰ এটা ভাড়াঘৰত বাস কৰি আছিল। পৰিয়ালটোত আছিল স্বামী-স্ত্ৰী, দুগৰাকী কন্যা আৰু এজন পুত্ৰ।

দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ভাড়াঘৰত বিষাক্ত তৰল পদাৰ্থ খাই একেটা পৰিয়ালৰ পাঁচজন সদস্যই আত্মহত্যা কৰে। নিহত লোককেইজন হৈছে বিপুল কাঞ্জী বাঘেলা (৩৪), পত্নী সোণাল (২৬), তেওঁলোকৰ দুগৰাকী কন্যা (১১ আৰু ০৫) আৰু এজন পুত্ৰ (০৮)।

ঘটনাস্থলীত উপস্থিত হোৱা শীৰ্ষ বিষয়াই কয় যে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। পৰিয়ালটোৰ মুৰব্বী বিপুল আছিল ৰিক্সাচালক। বিহ পান কৰাৰ ফলত আটাইকেইজনৰ থিতাতেই মৃত্যু হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বাগোদৰা আৰক্ষী আৰু ১০৮ জৰুৰীকালীন সেৱাই সেই স্থানত উপস্থিত হয়। ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদৰ গ্ৰাম্য আৰক্ষী অধীক্ষক, স্থানীয় অপৰাধ শাখা, বিশেষ অভিযান গোট আৰু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হয়।

আটাইকেইজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Tags: AhmedabadGujratSuicide

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

May 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 25, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025