• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বকৰ্মা পূজাৰ দিনটোতেই শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু ৭ জন লোকৰ

Nation NE by Nation NE
September 17, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্বকৰ্মা পূজাৰ দিনটোতেই শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু ৭ জন লোকৰ
Share on FacebookShare on TwitterWhatsApp

বিশ্বকৰ্মা পূজাৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ নেল্লোৰ জিলাৰ সংগম মণ্ডলৰ সমীপৰ পেৰামেনত এখন লৰী আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত ৭ গৰাকী লোকৰ থিতাতেই মৃত্যু হয়।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱা চাৰিচকীয়া বাহনখনক উলিয়াই আনিবলৈ সহায় ল’ব লগা হৈছিল জেচিবিৰ। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু আন উদ্ধাৰকাৰী দল উপস্থিত হয় যদিও চাৰিচকীয়া বাহনখনত থকা আটাইকেইজন লোকৰে ইতিমধ্যে মৃত্যু ঘটে।

পিছত আটাই কেইজন লোকৰে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আত্মাকুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত পতিত হোৱা লোকসকল নেল্লোৰৰ পৰা পামুৰু অভিমুখে গৈ আছিল আৰু তেওঁলোকক ক্ৰমে টি ৰাধা (৩৮), টি শ্ৰীনিভাছুলু (৪০), চেছাম ছাৰাম্মা (৪০), বালা ভেংগায়া (৪৫), চালাগুণ্ডলা লক্ষ্মী (৩০) আৰু চাণ্ডু প্ৰিয়া বুলি চিনাক্ত কৰিছে।

Tags: Andhra PradeshNelloreRoad Accident

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025