• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-নেপাল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা; দুজন ভাৰতীয়সহ ৮জনৰ মৃত্যু

Nation NE by Nation NE
November 15, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰত-নেপাল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা; দুজন ভাৰতীয়সহ ৮জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ভাৰত-নেপাল সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন ভাৰতীয়কে ধৰি ৮ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত ৫জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি চালকজনৰ অৱস্থা সংকটজনক।

তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন আহতক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে। মৃতদেহকেইটা চিনাক্ত কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বৰ্তমান সময়ত দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আহতসকলৰ পৰিয়াললৈ এই তথ্য প্ৰেৰণ কৰা হৈছে। যাত্ৰীৰে ভৰা জীপখন মল্লিকাৰ্জুন মন্দিৰ দৰ্শন কৰি গোকলেশ্বৰলৈ উভতি আহিছিল। শৈল্যশিখৰ পৌৰসভাৰ বাজনি নামৰ স্থানত জীপখন দ’ খাৱৈত বাগৰি পৰে। জীপখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

দাৰ্চুলা জিলা চেণ্টিনেল অফিচৰ মুখপাত্ৰ পৰিদৰ্শক ছাত্ৰ ৰাৱাটে জনোৱা মতে, নাকাটাৰ নিবাসী ৪৫ বছৰীয়া দিলীপ বিষ্ট, ৪০ বছৰীয়া মীনা, লেক গাঁৱৰ ৩২ বছৰীয়া বীৰেন্দ্ৰ ৰাৱাল, ২৫ বছৰীয়া শান্তি ৰাৱাল , বাইটাদী জিলাৰ নাগাৰাউন নিবাসী ১৬ বছৰীয়া সুজীৱ বহৰা, ৫০ বছৰীয়া দিলাশানি, ৪৫ বছৰীয়া মহম্মদ ছাকিৰ, উত্তৰ প্ৰদেশৰ বিজনোৰ নিবাসী ১৮ বছৰীয়া মহম্মদ ঔছিলৰ থিতাতে মৃত্যু হয়।

আনহাতে, সুনীল যোশী, উত্তম ৰাউকায়া, সন্দীপ ৰাৱাল, প্ৰকাশ ৰাৱাল আৰু উত্তৰ প্ৰদেশৰ পিলিভিতৰ বাসিন্দা ছোহিল খান আহত হয়। চালকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছে।

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Tags: #NepalIndia-NepalRoad Accident

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025