• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু ৮ জন লোকৰ

Nation NE by Nation NE
February 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-চাৰিচকীয়া বাহনৰ খুন্দাত মৃত্যু ৮ জন লোকৰ
Share on FacebookShare on TwitterWhatsApp

জয়পুৰৰ দুদুৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোখমপুৰাৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাছৰ টায়াৰ ফাটি যোৱাৰ ফলত অনিয়ন্ত্ৰিত হৈ বাছখনে এখন চাৰিচকীয়া বাহনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। এই কৰুণ ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীৰো অধিক লোক আঙত হয়।

বাছখন জয়পুৰৰ পৰা আজমেৰ দিশে গৈ আছিল। বাছখনৰ এটা টায়াৰ হঠাতে ফাটি যোৱাৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনখনত খুন্দা মাৰে। এই ঘটনাটোত চাৰিচকীয়া বাহনখনত থকা ৮ জন লোকৰ মৃত্যু হয়। বাহনখনৰ প্ৰতিগৰাকী খেলুৱৈ ভীলবাড়াৰ বাসিন্দা।

জানিব পৰা অনুসৰি, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলে মহাকুম্ভ মেলালৈ গৈ আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলোৱাৰ লগতে তদন্ত আৰম্ভ কৰে।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক আনন্দ কুমাৰ শৰ্মাই কয় যে জয়পুৰৰ পৰা আজমেৰলৈ গৈ আছিল বাছখন। ইকো গাড়ীখন আজমেৰৰ পৰা জয়পুৰ অভিমুখে আহি আছিল। ইফালে মোখমপুৰাৰ সমীপত হঠাৎ বাছখনৰ টায়াৰ ফাটি যায়। যাৰ বাবে বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা গাড়ীখনত খুন্দা মাৰে।

Tags: JaipurRoad Accident

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025