• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় দলৰ বিস্ফোৰক বাঁওহতীয়া বেটাৰ অভিষেক শৰ্মাই ৰচিলে ইতিহাস

Nation NE by Nation NE
December 5, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় দলৰ বিস্ফোৰক বাঁওহতীয়া বেটাৰ অভিষেক শৰ্মাই ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

এক বিশ্ব অভিলেখৰ গৰাকী হ’ল ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটাৰ অভিষেক শৰ্মা। ছৈয়দ মুস্তাক আলী ট্ৰফীৰ এখন মেচত বিস্ফোৰক ইনিংছ খেলি পুনৰবাৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ক্ৰিকেট অনুৰাগীৰ।

পঞ্জাৱৰ হৈ খেলা অভিষেকে আজি মুস্তাক আলীৰ এখন মেচত ২৮টা বলতে শতকীয় ইনিংছ খেলে। অভিষেকে মেঘালয়ৰ বিৰুদ্ধে ৰাজকোটত অনুষ্ঠিত হোৱা মেচখনত ১১টা ছয় কোবায়। অভিষেকৰ এই ইনিংছটোৰ সহায়তে পঞ্জাৱে মেঘালয়ক ৭ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

অভিষেকৰ ইনিংছৰ আটাইতকৈ বিশেষ কথাটো হ’ল যে মাত্ৰ ২৮টা বলত শতক অৰ্জন কৰি তেওঁ টি-২০ৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাত যৌথভাৱে দ্বিতীয় স্থানত উপনীত হয়।

মেচখনত মেঘালয়ে প্ৰথমে বেটিং কৰি ১৪২ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অৰ্পিতে ৩১ ৰানৰ ইনিংছ খেলিছিল। মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক আকাশ চৌধুৰী। এই সময়ত পঞ্জাৱৰ হৈ বলিং কৰি থাকোঁতে ৰমনদীপ সিঙে ২টা উইকেট দখল কৰে। অধিনায়ক অভিষেক শৰ্মাইও ২টা উইকেট দখল কৰে। অভিষেকে দুটা উইকেট দখল কৰাৰ লগতে বেটেৰেও দমনীয় প্ৰদৰ্শন কৰি শতক অৰ্জন কৰে।

মেচখনত পঞ্জাৱে মাত্ৰ ৯.৩ অভাৰতে তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মেচখনৰ বিজয়ৰ নায়ক অভিষেকে ২৯টা বলত ১০৬ ৰানৰ অপৰাজিত ইনিংছ খেলে।

টি-২০ত দ্ৰুততম শতক অৰ্জন কৰা ক্ৰিকেটাৰ

চাহিল চৌহান- ২৭টা বল- ইষ্টোনিয়া বনাম ছাইপ্ৰাছ- ২০২৪

অভিষেক শৰ্মা- ২৮টা বল- পঞ্জাৱ বনাম মেঘালয়- ২০২৪

উৰ্ভিল পেটেল- ২৮টা বল- গুজৰাট বনাম ত্ৰিপুৰা- ২০২৪

ক্ৰিছ গেইল- ৩০টা বল- আৰচিবি বনাম পুনে ৱাৰিযৰ্ছ- ২০১৩

ঋষভ পন্ত- ৩২টা বল- দিল্লী বনাম হিমাচল- ২০১৮

Tags: Abhishek SharmaSyed Mushtaq Ali TrophyT20 Record

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025