• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী ৰেখা?

Nation NE by Nation NE
September 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পাকিস্তানৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী ৰেখা?
Share on FacebookShare on TwitterWhatsApp

বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখা, এসময়ৰ অন্যতম অভিনেত্ৰী, যিগৰাকী শক্তিশালী অভিনয়ৰ লগতে তেওঁৰ সৌন্দৰ্য্যৰ বাবেও পৰিচিত। তেলেগু ছবি ‘এণ্টি গুট্টু’ আৰু ‘ৰংগুলা ৰত্নম’ৰ জৰিয়তে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ৰেখাই বহু ব্লকবাষ্টাৰ ছবি প্ৰদান কৰিছে।

১৯৬৯ চনত কানাড়া ভাষাৰ এখন ছবি ‘অপাৰেচন জেকপট’ ছবিখনত ৰেখাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।সেই সময়তে ৰেখাই হিন্দী চিনেমাত প্ৰথম বিৰতি লাভ কৰিছিল ‘সাৱন ভাদো’ ছবিৰে, য’ত তেওঁ চন্দাৰ চৰিত্ৰত অভিনয় কৰিছিল।

পেছাদাৰী জীৱনৰ সমান্তৰালকৈ ৰেখাই ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আহিছে। ইয়াৰ পিছতো তেওঁৰ জীৱনৰ এটা অংশ গোপন হৈয়েই আছে, যিটো জানিবলৈ তেওঁৰ অনুৰাগীসকলে সদায় আগ্ৰহী হৈ আহিছে। ইণ্ডাষ্ট্ৰীৰ বহু তাৰকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত ৰেখাৰ নাম শিৰোনাম দখল কৰিছিল যদিও বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে তেওঁৰ নাম আটাইতকৈ বেছি চৰ্চা হৈছিল।

এতিয়া আপুনি নিশ্চিতভাৱে আচৰিত হ’ব যে তেওঁৰ নাম কেৱল ভাৰতীয় অভিনেতাৰ সৈতেই নহয়, এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ সৈতেও জড়িত হৈ আছে। এইজন আন কোনো নহয়, প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে এসময়ত ৰেখা আৰু ইমৰাণৰ নাম শিৰোনামত আছিল।

ৰেখা আৰু ইমৰাণ খানৰ সম্পৰ্কক লৈ ৪০ বছৰীয়া এটা পোষ্টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ১৯৮৫ চনত ষ্টাৰ ৰিপ’ৰ্টে এটা বাতৰি প্ৰকাশ কৰিছিল, য’ত ৰেখা আৰু ইমৰাণ খানৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছিল। ৰেখাৰ মাতৃ পুষ্পৱল্লীয়ে ৰেখা আৰু ইমৰাণৰ বিয়া হোৱাটো বিচাৰিছিল বুলিও জাৰ্নেলখনে নিজৰ প্ৰতিবেদনত দাবী কৰিছে।

একেটা প্ৰতিবেদনতে এইটোও কোৱা হৈছিল যে দুয়োজনেই কেৱল বন্ধুতকৈ অধিক। দুয়োকে বহুবাৰ সাগৰৰ পাৰত আৰু কেতিয়াবা শ্বুটিং চেটত একেলগে ইজনে সিজনৰ সংগ উপভোগ কৰা দেখা গৈছিল, যাৰ বাবে তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোক ইজনে সিজনৰ প্ৰতি গভীৰ প্ৰেমত পৰিছে। অৱশ্যে এই উৰাবাতৰিৰ প্ৰতি ৰেখা বা ইমৰানে কেতিয়াও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

Tags: entertainmentrekharumours

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025