• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী ৰেখা?

Nation NE by Nation NE
September 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পাকিস্তানৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী ৰেখা?
Share on FacebookShare on TwitterWhatsApp

বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখা, এসময়ৰ অন্যতম অভিনেত্ৰী, যিগৰাকী শক্তিশালী অভিনয়ৰ লগতে তেওঁৰ সৌন্দৰ্য্যৰ বাবেও পৰিচিত। তেলেগু ছবি ‘এণ্টি গুট্টু’ আৰু ‘ৰংগুলা ৰত্নম’ৰ জৰিয়তে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ৰেখাই বহু ব্লকবাষ্টাৰ ছবি প্ৰদান কৰিছে।

১৯৬৯ চনত কানাড়া ভাষাৰ এখন ছবি ‘অপাৰেচন জেকপট’ ছবিখনত ৰেখাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।সেই সময়তে ৰেখাই হিন্দী চিনেমাত প্ৰথম বিৰতি লাভ কৰিছিল ‘সাৱন ভাদো’ ছবিৰে, য’ত তেওঁ চন্দাৰ চৰিত্ৰত অভিনয় কৰিছিল।

পেছাদাৰী জীৱনৰ সমান্তৰালকৈ ৰেখাই ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আহিছে। ইয়াৰ পিছতো তেওঁৰ জীৱনৰ এটা অংশ গোপন হৈয়েই আছে, যিটো জানিবলৈ তেওঁৰ অনুৰাগীসকলে সদায় আগ্ৰহী হৈ আহিছে। ইণ্ডাষ্ট্ৰীৰ বহু তাৰকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত ৰেখাৰ নাম শিৰোনাম দখল কৰিছিল যদিও বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে তেওঁৰ নাম আটাইতকৈ বেছি চৰ্চা হৈছিল।

এতিয়া আপুনি নিশ্চিতভাৱে আচৰিত হ’ব যে তেওঁৰ নাম কেৱল ভাৰতীয় অভিনেতাৰ সৈতেই নহয়, এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ সৈতেও জড়িত হৈ আছে। এইজন আন কোনো নহয়, প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে এসময়ত ৰেখা আৰু ইমৰাণৰ নাম শিৰোনামত আছিল।

ৰেখা আৰু ইমৰাণ খানৰ সম্পৰ্কক লৈ ৪০ বছৰীয়া এটা পোষ্টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ১৯৮৫ চনত ষ্টাৰ ৰিপ’ৰ্টে এটা বাতৰি প্ৰকাশ কৰিছিল, য’ত ৰেখা আৰু ইমৰাণ খানৰ সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছিল। ৰেখাৰ মাতৃ পুষ্পৱল্লীয়ে ৰেখা আৰু ইমৰাণৰ বিয়া হোৱাটো বিচাৰিছিল বুলিও জাৰ্নেলখনে নিজৰ প্ৰতিবেদনত দাবী কৰিছে।

একেটা প্ৰতিবেদনতে এইটোও কোৱা হৈছিল যে দুয়োজনেই কেৱল বন্ধুতকৈ অধিক। দুয়োকে বহুবাৰ সাগৰৰ পাৰত আৰু কেতিয়াবা শ্বুটিং চেটত একেলগে ইজনে সিজনৰ সংগ উপভোগ কৰা দেখা গৈছিল, যাৰ বাবে তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোক ইজনে সিজনৰ প্ৰতি গভীৰ প্ৰেমত পৰিছে। অৱশ্যে এই উৰাবাতৰিৰ প্ৰতি ৰেখা বা ইমৰানে কেতিয়াও কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

Tags: entertainmentrekharumours

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025