• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৌতম আদানী গোচৰত নাম সাঙোৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনৰ

Nation NE by Nation NE
November 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
গৌতম আদানী গোচৰত নাম সাঙোৰ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনৰ
Share on FacebookShare on TwitterWhatsApp

ঔদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ নিউয়ৰ্ক জিলা আদালতত ৰুজু হোৱা উৎকোচ গোচৰত অন্ধ্ৰ প্ৰদেশৰ পূৰ্বৰ জগন মোহন চৰকাৰৰ নাম সাঙোৰ খাইছে।

সৌৰশক্তিৰ চুক্তি লাভ কৰিবলৈ সেই সময়ৰ ৱাই এছ আৰ চি পি চৰকাৰৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীক ১৭৫০ কোটি টকা দিবলৈ সন্মত হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহনক বিদেশী বিষয়া হিচাপে সম্বোধন কৰি এই দাবী উত্থাপন কৰিছে আমেৰিকাই।

প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, ওড়িশা, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰ চৰকাৰে ভাৰতীয় সৌৰ শক্তি নিগমৰ সৈতে চুক্তিবদ্ধ হৈছিল। এই চুক্তিসমূহত অন্ধ্ৰ প্ৰদেশ ডিচকমে ৭,০০০ মেগাৱাট যোগানৰ বাবে SECIৰ সৈতে চুক্তি স্বাক্ষৰ কৰে।

এই চুক্তি অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ বিদ্যুৎ যোগান ধৰিব SECI য়ে। অৱশ্যে আদানী পাৱাৰৰ পৰা ক্ৰয় কৰা বিদ্যুৎ অন্ধ্ৰপ্ৰদেশলৈ যোগান ধৰাৰ সিদ্ধান্ত লৈছে SECI য়ে।

২০২১ চনৰ ১৪ অক্টোবৰত তদানীন্তন অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনৰ বাসগৃহত গৌতম আদানীৰ কথা-বতৰাৰ পিছতহে ডিস্কোমে SECIৰ সৈতে চুক্তিবদ্ধ হয়। ডিস্কোমৰ হৈ তদানীন্তন শক্তি সচিব নগুলাপল্লী শ্ৰীকান্ত, চিপিডিচিএলৰ চিএমডি পদ্ম জনাৰ্ধন ৰেড্ডীকে ধৰি অন্যান্য বিষয়ববীয়াই এই চুক্তিত স্বাক্ষৰ কৰে। ২৫ বছৰৰ বাবে প্ৰতি ইউনিটত ২.৪৯ টকাৰ হাৰত ২.৩ গিগাৱাট শক্তি ক্ৰয় কৰাৰ চুক্তি হয়।

কিন্তু একে সময়তে আদানী গ্ৰীণ এনাৰ্জীয়ে SECIৰ জৰিয়তে গুজৰাটত বিদ্যুৎ বিক্ৰী কৰে প্ৰতি ইউনিটত ৯৯ পইচাত।

আমেৰিকাৰ আদালতত দাখিল কৰা গোচৰৰ নথি-পত্ৰৰ পৰা দেখা যায় যে, এই চুক্তিসমূহৰ বাবে পৰ্দাৰ আঁৰত বহু গোপন বুজাবুজি হৈছিল। আমেৰিকাৰ অভিযুক্তই কয় যে, আদানী গ্ৰুপৰ প্ৰতিনিধিয়ে উৎকোচ লৈছিল কাৰণ উচ্চ মূল্যৰ বাবে কোনো চৰকাৰী সংস্থা SECIৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিল।

ভাৰতীয় শক্তি কোম্পানী অৰ্থাৎ ইয়াৰ সৈতে জড়িত মৰিচাছৰ নবীকৰণযোগ্য শক্তি কোম্পানী আদানী গ্ৰীণ এনাৰ্জি কোম্পানী আৰু আমেৰিকান কোম্পানীটোৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰে যে, এই দুৰ্নীতি উন্মোচিত হৈছে। আমেৰিকাৰ অভিযোগকাৰীয়ে কয় যে, গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আদানী, আদানীৰ ব’ৰ্ডৰ সদস্য বিনীত জৈন আদিয়ে তেতিয়াৰ চৰকাৰী বিষয়াক উৎকোচ দি এই চুক্তিৰ পথ প্ৰশস্ত কৰিছিল। ২০১৯ চনৰ মে’ৰ পৰা ২০২৪ চনৰ জুন মাহলৈকে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে থকা জগনমহনক ৭ গিগাৱাট শক্তি ক্ৰয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ বাবে ১৭৫০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়ে।

Tags: AmericaGAUTAM ADANIJAGAN MOHAN REDDY

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025