• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ADVANTAGE ASSAM 2.O লৈ মুম্বাইৰ উদ্যোগপতিক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

Nation NE by Nation NE
January 6, 2025
in Top News, অসম
0 0
ADVANTAGE ASSAM 2.O লৈ মুম্বাইৰ উদ্যোগপতিক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

অহা ২৪-২৫ ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’ব ADVANTAGE ASSAM 2.O শীৰ্ষক সন্মিলন। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই সন্মিলন। এই সন্মিলনত দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব।

২৪ অথবা ২৫ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ’ব সাৰ্বজনীন ঝুমুৰ নৃত্যও। ৭৫০০ কলা-কুশলীয়ে অংশ ল’ব এই ঝুমুৰ নৃত্যত। বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব এই ঝুমুৰ নৃত্য। সামৰণি অনুষ্ঠানলৈ আহিব বিত্তমন্ত্ৰী। জনতা ভৱনত সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুম্বাই ভ্রমণৰ দ্বিতীয় দিনা টাটা ট্রাষ্টৰ অধ্যক্ষ নোবেল টাটা আৰু তেওঁৰ পুত্র নেভিল টাটাক সাক্ষাৎ কৰি ট্ৰাষ্টে অসমলৈ আগবঢ়োৱা বিনিয়োগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে তেওঁলোকক ‘ADVANTAGE ASSAM 2.O’ শীর্ষক সম্মিলনলৈ আমন্ত্রণ জনায় ।

ইয়াৰ উপৰিও মহিন্দ্রা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্রাকো সাক্ষাৎ কৰি ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ যাত্ৰাত অসম চৰকাৰৰ সৈতে অংশীদাৰ হোৱাৰ বাবে আমন্ত্রণ জনায়। মুম্বাইৰ স্টিভেন ষ্ট্ৰিটস্থিত গেটৱে ভৱনত আনন্দ মহিন্দ্রাৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত মুখ্যমন্ত্রীয়ে আনন্দ মহিন্দ্রাৰ ঔদ্যোগিকৰণৰ প্রতি থকা উদ্যম আৰু বৌদ্ধিক দক্ষতাক প্রশংসা কৰি মহিন্দ্রা গ্রুপৰ সৈতে অংশীদাৰীত্বৰ বাবে ৰাজ্য চৰকাৰৰ আগ্রহ প্ৰকাশ কৰে।

তেওঁ মহিন্দ্রা গ্রুপৰ অধ্যক্ষ আনন্দ মহিন্দ্রাকো সাক্ষাৎ কৰি ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ যাত্ৰাত অসম চৰকাৰৰ সৈতে অংশীদাৰ হোৱাৰ বাবে আমন্ত্রণ জনায়। মুখ্যমন্ত্রী ড° শর্মাই এল এন্ড টিৰ মুখ্য কার্যবাহী বিষয়া এছ এন সুব্রমনিয়মৰ সৈতে আন এক বৈঠকত মিলিত হৈ এই সম্মিলনত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনায় ।

মুখ্যমন্ত্রীয়ে নির্মাণখণ্ডত বহনক্ষম আৰু আধুনিক প্রযুক্তি গ্রহণৰ সৈতে জৰিত দিশসমূহৰ ওপৰতো আলোচনা কৰে ৷ মুখ্যমন্ত্রী ড° শৰ্মাই বেলছপুন গ্ৰুপৰ অধ্যক্ষ বি কে গোৱেংকাৰ সৈতেও এক বৈঠকত মিলিত হৈ গুৰু উদ্যোগ আৰু বস্তু খণ্ডত অসমে আগবঢ়োৱা উল্লেখযোগ্য সুযোগ-সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে ।

শীর্ষ উদ্যোগপতি সকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে ‘লক্ষ্মী টি’ৰ পৰিচালন সঞ্চালক ৰুদ্র চট্টোপধ্যায়কো সাক্ষাৎ কৰি আগন্তুক ADVANTAGE ASSAM 2.O সম্মিলনলৈ আমন্ত্রণ জনায় । লগতে মুখ্যমন্ত্রীয়ে আদানী অনলাইনৰ সঞ্চালক জিৎ আদানীৰ সৈতেও এক বৈঠকত মিলিত হৈ আন্তঃগাঁথনি, শক্তি আৰু প্রতিৰক্ষা খণ্ডত অসমত থকা সুযোগ-সুবিধাসমূহৰ অন্বেষা কৰাৰ বাবে ব্যৱসায়িক গোষ্ঠীটোৰ অংশগ্রহণৰ ক্ষেত্ৰত তীব্র আগ্রহ প্রকাশ কৰে।

Tags: #AssamAdvantage AssamChief minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025