• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আফগানিস্তানত নিশা প্ৰচণ্ড ভূমিকম্প, ৯ জনৰ প্ৰাণহানিৰ লগতে আহত ২৫ জন

Nation NE by Nation NE
September 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আফগানিস্তানত নিশা প্ৰচণ্ড ভূমিকম্প, ৯ জনৰ প্ৰাণহানিৰ লগতে আহত ২৫ জন
Share on FacebookShare on TwitterWhatsApp

আফগানিস্তানৰ দক্ষিণ-পূৱ এলেকাত ৩১ আগষ্টৰ নিশা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। সংযুক্ত ৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূইকঁপৰ প্ৰাবল্য আছিল ৬.৩ ৰিখটাৰ স্কেল।

এক প্ৰতিবেদন অনুসৰি, এই ভূমিকম্পৰ ফলত ৯ জনৰ প্ৰাণহানি হয় লগতে আহত হয় ২৫ জন। আফগানিস্তানৰ লগতে পাকিস্তানতো এই ভূমিকম্পৰ তীব্ৰ জোঁকাৰণি অনুভূত হয়।

এই তীব্ৰ ভূমিকম্পৰ বাবে বৰ্তমানেও আতংকিত হৈ পৰিছে ৰাইজ। ৩১ আগষ্টত নিশা ১২.৪৭ বজাত সংঘটিত হোৱা এই ভূমিকম্পটো প্ৰথমে ৬.০ আৰু ইয়াৰ পিছত ৬.৩ প্ৰাবল্যৰ কম্পন হয়। আফগানিস্তানৰ নাংগাৰহাৰ জনস্বাস্থ্য বিভাগৰ মুখপাত্ৰ নাকিবুল্লাহ ৰহিমীয়ে জনোৱা মতে, ভূমিকম্পৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে। আহতসকলক ইতিমধ্যে চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ কয় যে, দুৰ্ভাগ্যজনকভাৱে ৩১ আগষ্টৰ নিশা সংঘটিত হোৱা ভূমিকম্পৰ ফলত আফগানিস্তানৰ পূব প্ৰদেশত যথেষ্ট ক্ষয়-ক্ষতি হৈছে। স্থানীয় বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ অভিযানত নিয়োজিত কৰিছে। কেন্দ্ৰ আৰু ওচৰৰ প্ৰদেশৰ পৰাও সাহায্যকাৰী দল আহিছে।

Tags: AFGANISTANEarthquakeinjured

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025