• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সোণৰ খনিত প্ৰাণ হেৰুৱালে ৯ জনে, সেনাবাহিনীৰ ওপৰত অভিযোগ

Nation NE by Nation NE
January 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সোণৰ খনিত প্ৰাণ হেৰুৱালে ৯ জনে, সেনাবাহিনীৰ ওপৰত অভিযোগ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম আফ্ৰিকাৰ দেশ ঘানা এতিয়াও শিৰোনামত আছে। শেহতীয়াকৈ এই দেশখনৰ এটা সোণৰ খনিত এক ঘটনা সংঘটিত হৈছিল, য’ত ৯ জনকৈ লোকে প্ৰাণ হেৰুৱায়। ঘানাৰ ক্ষুদ্ৰ খনিকৰ সন্থাই দেওবাৰে জনোৱা অনুসৰি, শনিবাৰে নিশা এংলোগোল্ড আশান্তী খনিত সৈন্যই ৯ জন নিৰস্ত্ৰ খনিকৰক হত্যা কৰে। ইয়াৰ বিপৰীতে সেনাই কয় যে, এই গুলীচালনাত সাতজন অবৈধ খনিকৰ নিহত হৈছে।

ঘানা নেচনেল এছ’চিয়েশ্যন অৱ স্মল স্কেল মাইনাৰ্ছৰ স্থানীয় অধ্যক্ষ কফি এডামছে সংবাদ মাধ্যমক জনোৱা মতে, পশ্চিম আফ্ৰিকাৰ দেশখনৰ অবুয়াছি সোণ খনন স্থানত সংঘটিত হোৱা এই কাণ্ডত ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১৪ জন গুৰুতৰভাৱে আহত হয়। লগতে তেওঁ কয় যে, কোনো লোকৰ হাতত কোনো অস্ত্ৰ-শস্ত্ৰ নাছিল।

এফালে নেশ্যনেল এছ’চিয়েশ্যন অৱ ছমল স্কেল মাইনাৰ্ছে কয় যে, সেনাই নিৰস্ত্ৰ খনিকৰসকলক হত্যা কৰিছিল। আনফালে সেনাই কয় যে, শনিবাৰে নিশা প্ৰায় ৬০ জন অবৈধ স্থানীয়ভাৱে নিৰ্মিত ৰাইফল আৰু অন্যান্য অস্ত্ৰৰে সজ্জিত খনিকৰসকলে আক্ৰমণ কৰে পুৱা ১১ বজাত খনিটোৰ নিৰাপত্তা ভংগ কৰি তাত নিয়োজিত সেনাৰ দলটোৰ ওপৰত গুলীচালনা কৰা হয়, তাৰ পিছত সেনাইও গুলীচালনা কৰে আৰু ইয়াত ৯ জন খনিকে প্ৰাণ হেৰুৱায়।

দেশখনত সংঘটিত হোৱা এই কাণ্ডৰ পিছতে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই এই কাণ্ডৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে দেওবাৰে এক বিবৃতিত ইয়াক “মৰ্মান্তিক” বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰপতিৰ বিবৃতিত কয় যে, আহতসকলৰ চিকিৎসা আৰু অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ বহন কৰিবলৈ চৰকাৰে এংলোগোল্ড আশান্তীক নিৰ্দেশ দিয়ে।

Tags: AfricaGhanaGold

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025

শীৰ্ষ সংবাদ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025