• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

Nation NE by Nation NE
May 29, 2025
in Top News, অসম, ৰাজনীতি
0 0
বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

চলিত বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তপৰতা। প্ৰতিটো ৰাজনৈতিক দলেই এই নিৰ্বাচনত এককভাৱে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূলতঃ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ সহযোগী দল বিজেপি, অগপ আৰু ইউ পি পি এলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তই বিশেষ আকৰ্ষণীয় কৰি তুলিব এই নিৰ্বাচন।

ইতিমধ্যে বিটিচিৰ ৪০টা সমষ্টিতে বিজেপিয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে বৃহস্পতিবাৰে অগপই নিজাকৈ ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি নিশ্চিত কৰে।

আজি বিজনীত অনুষ্ঠিত দলীয় কৰ্মী সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্যই কয়, ‘সম্প্ৰতি আমি নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১০টা সমষ্টি চিনাক্ত কৰিছো। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।’

আগন্তুক বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত কোনো দলৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱা নাই বুলিও উল্লেখ কৰে অপূৰ্ব ভট্টাচাৰ্যই।

Tags: AGPBodolandBTC Election

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025