• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

Nation NE by Nation NE
May 29, 2025
in Top News, অসম, ৰাজনীতি
0 0
বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

চলিত বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তপৰতা। প্ৰতিটো ৰাজনৈতিক দলেই এই নিৰ্বাচনত এককভাৱে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূলতঃ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এৰ সহযোগী দল বিজেপি, অগপ আৰু ইউ পি পি এলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তই বিশেষ আকৰ্ষণীয় কৰি তুলিব এই নিৰ্বাচন।

ইতিমধ্যে বিটিচিৰ ৪০টা সমষ্টিতে বিজেপিয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ বিপৰীতে বৃহস্পতিবাৰে অগপই নিজাকৈ ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি নিশ্চিত কৰে।

আজি বিজনীত অনুষ্ঠিত দলীয় কৰ্মী সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্যই কয়, ‘সম্প্ৰতি আমি নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১০টা সমষ্টি চিনাক্ত কৰিছো। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।’

আগন্তুক বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত কোনো দলৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱা নাই বুলিও উল্লেখ কৰে অপূৰ্ব ভট্টাচাৰ্যই।

Tags: AGPBodolandBTC Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025