• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তত অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাষ্ট্ৰসংঘই, অনুমতি অগ্ৰাহ্য ভাৰতৰ

Nation NE by Nation NE
June 27, 2025
in Top News
0 0
হজ তীৰ্থযাত্ৰীৰে ভৰা বিমানৰ চকাৰ পৰা ওলাবলৈ ধৰে  ধোঁৱা, এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা…
Share on FacebookShare on TwitterWhatsApp

আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হোৱা দুৰ্ঘটনাৰ তদন্ত বৰ্তমানেও চলি আছে। ৰাষ্ট্ৰসংঘইও এই দুৰ্ঘটনাৰ তদন্তত যোগদান কৰিবলৈ ভাৰতৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু এতিয়া সূত্ৰই জনাইছে যে, ভাৰতে ৰাষ্ট্ৰসংঘৰ এজন তদন্তকাৰীক এই বিমান দুৰ্ঘটনাৰ তদন্তত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে।

তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাই ভাৰতত থকা তদন্তকাৰীজনক পৰ্যবেক্ষকৰ মৰ্যাদা দিবলৈ কৈছিল, তাৰ পিছত ভাৰত কৰ্তৃপক্ষই এই প্ৰস্তাৱ নাকচ কৰে।

চলিত সপ্তাহৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ বিমান সংস্থাটোৱে বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ দুৰ্ঘটনাৰ পিছত তদন্তত সহায় কৰিবলৈ ভাৰতক নিজৰ এজন তদন্তকাৰীক প্ৰস্তাৱ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছিল। অৱশ্যে এতিয়া ভাৰতে এই সহায় ল’বলৈ অস্বীকাৰ কৰিছে। ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ২৬৫ জন লোকৰ মৃত্যু হয়।

সূত্ৰসমূহে জনোৱা অনুসৰি, ভাৰতত উপস্থিত থকা তদন্তকাৰীজনক আইচিঅ’এ পৰ্যবেক্ষকৰ মৰ্যাদা দিবলৈ কৈছিল যদিও ভাৰতীয় বিষয়াসকলে এই প্ৰস্তাৱ নাকচ কৰে। বৃহস্পতিবাৰে চৰকাৰে কয় যে, ক’লা বাকচ (black box)ৰ পৰা তথ্য আহৰণ কৰি দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে, বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে ততাতৈয়াকৈ তদন্ত আৰম্ভ কৰে আৰু ১৩ জুনত এএআইবিৰ মুৰব্বীগৰাকীৰ অধ্যক্ষতাত দুৰ্ঘটনাটোৰ তদন্তৰ বাবে এটা দল গঠন কৰা হয়। এক বিবৃতিত কোৱা হৈছে যে এই দলটোত এজন বিমান চিকিৎসা বিশেষজ্ঞ, এজন বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি) বিষয়া আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ (এনটিএছবি) প্ৰতিনিধি আছে।

ইফালে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত গঠিত এক উচ্চ পৰ্যায়ৰ কমিটীয়ে আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণৰ তদন্ত কৰি আছে। লগতে ভৱিষ্যতে এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ বিস্তৃত নিৰ্দেশনাৰ পৰামৰ্শ আগবঢ়াইছে।

আচলতে যোৱা ১২ জুন তাৰিখে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে ৰাওনা হৈছিল বিমানখন। এই বিমানখনত ২৪২ জন যাত্ৰী আছিল। টেক অফ কৰাৰ লগে লগে বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৰ পৰা মাত্ৰ ১ জন লোকহে নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হয়। লগতে বি জে মেডিকেল কলেজৰ হোষ্টেলত পৰিল বিমানখন। য’ত অগোছালিত খাই থকা ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু গুৰুতৰভাৱে আহত হয়।

Tags: AhmedabadAir IndiaFlight

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025