• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ষমতা দখলৰ পিছতেই অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক গৃহভূমিলৈ ওভোতাই পঠিয়াব ট্ৰাম্পে

Nation NE by Nation NE
February 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত ক্ষমতা দখলৰ পিছতেই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমেৰিকাত বাস কৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ ওভোতাই পঠিওৱাৰ বাবে আমেৰিকাৰ পৰা এখন চি-১৭ বিমান ৰাওনা হৈছে।

এগৰাকী আমেৰিকান বিষয়াই এই তথ্য দিয়ে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ইমিগ্ৰেচন এজেণ্ডা পূৰণৰ বাবে সামৰিক বাহিনীৰ সহায় লৈছে, যাৰ অধীনত সামৰিক বিমানৰ সহায়তল প্ৰৱাসী ভাৰতীয়ক ওভোতাই পঠোৱাৰ কাম আৰম্ভ কৰা হৈছে।

আমেৰিকাই কেৱল ভাৰতীয় অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাই নহয়, মেক্সিকোৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীকো বহিষ্কাৰ কৰিবলৈ আমেৰিকা-মেক্সিকো সীমান্তলৈও অতিৰিক্ত সৈন্য প্ৰেৰণ কৰিছে।

ইয়াৰ লগতে পেন্টাগনে টেক্সাছৰ এল পাছ’ আৰু কেলিফৰ্ণিয়াৰ ছান ডিয়েগোত আমেৰিকাৰ কৰ্তৃপক্ষৰ হাতত থকা ৫ হাজাৰতকৈ অধিক অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ ব্যৱস্থাও আৰম্ভ কৰিছে। এতিয়ালৈকে সামৰিক বিমানে গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ প্ৰব্ৰজনকাৰীক কঢ়িয়াই আনিছে।

ক্ষমতা দখলৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা সৰ্বাধিক সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ অভিযান আৰম্ভ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতেই আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড শুল্ক বলবৎকাৰী সংস্থাই দেশখনৰ পৰা বহিষ্কাৰ হ’বলগীয়া ১৫ লাখ লোকৰ তালিকা প্ৰস্তুত কৰিছে, য’ত ১৮ হাজাৰ ভাৰতীয়ও আছে।

এক তথ্য অনুসৰি, ভাৰতৰ পৰা প্ৰায় ৭ লাখ ২৫ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰী আমেৰিকাত বাস কৰে, যাৰ ফলত মেক্সিকো আৰু এল ছালভাডৰৰ পিছত আমেৰিকাত বসবাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা সৰ্বাধিক।

ইয়াৰ লগতে পেন্টাগনে টেক্সাছৰ এল পাছ’ আৰু কেলিফৰ্ণিয়াৰ ছান ডিয়েগোত আমেৰিকাৰ কৰ্তৃপক্ষৰ হাতত থকা ৫ হাজাৰতকৈ অধিক অনুপ্ৰৱেশকাৰীক বিতাড়নৰ ব্যৱস্থাও আৰম্ভ কৰিছে। এতিয়ালৈকে সামৰিক বিমানে গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ প্ৰব্ৰজনকাৰীক কঢ়িয়াই আনিছে।

ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড শুল্ক বলবৎকাৰী সংস্থাই দেশখনৰ পৰা বিতাড়িত হ’বলগীয়া ১৫ লাখ লোকৰ তালিকা প্ৰস্তুত কৰিছে, য’ত ১৮ হাজাৰ ভাৰতীয়ও আছে।

তথ্য অনুসৰি ভাৰতৰ পৰা প্ৰায় ৭ লাখ ২৫ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰী আমেৰিকাত বাস কৰে, যাৰ ফলত মেক্সিকো আৰু এল ছালভাডৰৰ পিছত আমেৰিকাত বসবাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা সৰ্বাধিক।

Tags: AmericaIndiaTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025