• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?

Nation NE by Nation NE
November 4, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?
Share on FacebookShare on TwitterWhatsApp

৫ নৱেম্বৰ মঙলবাৰে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ মুখামুখি হ’ব। এনে পৰিস্থিতিত প্ৰশ্নটো হ’ল আমেৰিকাত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ জয়ী হ’ব নে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প জয়ী হ’ব?

আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। কেইঘণ্টামানৰ ভিতৰতে আমেৰিকাৰ জনসাধাৰণে নিজৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি বাছি ল’ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে পুনৰবাৰ নিৰ্বাচনী ক্ষেত্ৰত নিজৰ ভাগ্য পৰীক্ষা কৰিছে। যদি এই নিৰ্বাচনত কমলা হেৰিছ জয়ী হয় তেন্তে তেওঁ আমেৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ব আৰু যদি ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন দখল কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই ৰাউণ্ড পুনৰবাৰ এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হ’ব, য’ত ৰিপাব্লিকান পাৰ্টিৰ ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ কমলা হেৰিছৰ মাজত মুখামুখি প্ৰতিদ্বন্দ্বিতা হৈছে।

দুয়োগৰাকী প্ৰাৰ্থীয়েই ইজনে-আনজনৰ ওপৰত ব্যক্তিগত আৰু ৰাজনৈতিক আক্ৰমণ চলাইছে। কমলা হেৰিছে মহিলাসকলক তেওঁলোকৰ গৰ্ভপাতৰ অধিকাৰ খৰ্ব কৰাৰ ভয় দেখুৱাই সমৰ্থন সংগ্ৰহ কৰিছে, আনহাতে ট্ৰাম্পে দাবী কৰিছে যে, কমলাৰ জয়ৰ লগে লগে আমেৰিকাত অনুপ্ৰৱেশকাৰীয়ে আধিপত্য বিস্তাৰ কৰিব। এনে পৰিস্থিতিত এই বিতৰ্কিত বিষয়বোৰ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে প্ৰধান নিৰ্বাচনী অস্ত্ৰ হৈ পৰিছে।

ভাৰতৰ বাবে নিৰ্বাচনৰ অৰ্থ

এতিয়া ভাৰতৰ বাবে কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কেনে হব ভাৰত আৰু বিশ্বৰ আনদেশসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ?ৰ নিৰ্বাচনৰ অৰ্থ যিয়েই জয়ী নহওক কিয়, বিশেষকৈ এছিয়াত চীনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সৈতে বাণিজ্যিক আৰু সামৰিক অংশীদাৰিত্ব এক নিৰন্তৰ বিষয়বস্তু হৈ থাকিব।

Tags: AmericaDonald trumpElectionKamala harris

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025