• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, September 6, 2025
30 °c
Guwahati
29 ° Sun
29 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পুটিন-মোদী আৰু জিনপিঙৰ বন্ধুত্ব দেখি ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ মন আমেৰিকাৰ! ক’লে- ‘দুখন মহান দেশ’…

      Nation NE by Nation NE
      September 2, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      SCOৰ শীৰ্ষ সন্মিলনত আকৰ্ষণীয় দৃশ্য; মোদী,পুটিন,জিনপিং,শ্বাহবাজক দেখা যায় একেটা ফ্ৰেমতে
      Share on FacebookShare on TwitterWhatsApp

      বাণিজ্য আৰু শক্তিক লৈ আমেৰিকা আৰু ভাৰতৰ মাজত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ তেল ক্ৰয়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

      ইয়াৰ পিছতে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে দুয়োখন দেশৰ সম্পৰ্কক লৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। বেছাণ্টে কয় যে, আমেৰিকা আৰু ভাৰতৰ মাজত এক শক্তিশালী ভেটি আছে আৰু দুয়োখন দেশৰ মাজত যিকোনো মতানৈক্য সমাধান কৰিব পৰা যাব।

      সংবাদ মাধ্যমক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে, আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু গণতান্ত্ৰিক দেশ দুখনৰ মাজত মতানৈক্য সমাধান কৰাটো সম্ভৱ। তেওঁ কয়, দুখন মহান দেশে নিজেই ইয়াৰ সমাধান কৰিব।

      অৱশ্যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় অব্যাহত ৰখাৰ ক্ষেত্ৰত বেছাণ্টে কঠোৰ স্থিতি গ্ৰহণ কৰে। তেওঁ কয় যে, ভাৰতৰ এই কাৰ্য্যই মস্কোৰ ইউক্ৰেইন যুদ্ধত আৰ্থিক সহায় আগবঢ়াইছে। তেওঁ কয় যে, ভাৰতে ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰি তাৰ পিছত শোধিত সামগ্ৰী বিক্ৰী কৰি ৰাছিয়াৰ যুদ্ধ প্ৰচেষ্টাত অৰিহণা যোগাইছে। এয়া ভাল পদক্ষেপ নহয়।

      ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ সিদ্ধান্তৰ কাৰণো বুজাই দিয়ে বেছাণ্টে। তেওঁ কয় যে বাণিজ্যিক আলোচনা লেহেমীয়া হোৱাৰ বাবে আমেৰিকাই ২৫% আৰু তাৰ পিছত ৫০% শুল্ক আৰোপ কৰাৰ পদক্ষেপ ল’বলগীয়া হৈছিল।

      শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠকৰ কথাও উল্লেখ কৰে, য’ত পিএম মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰে। বেছাণ্টে কয় যে ভাৰতৰ মূল্য ব্যৱস্থা ৰাছিয়াৰ নহয়, আমেৰিকা আৰু চীনৰ ওপৰতহে নিৰ্ভৰ।

      Tags: AmericaPUTINTrump

      Related Posts

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত
      Top News

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      গুজৰাটৰ পঞ্চমহলত ভয়ংকৰ দুৰ্ঘটনা; ৰ’পৱে চিঙি ৬ জন লোকৰ মৃত্যু

      অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া দুখন মেচৰ বাবে ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ

      ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন শিক্ষাৰ্থীৰ কৰুণ মৃত্যু

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist