• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

Nation NE by Nation NE
August 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতো বাংলাদেশত অব্যাহত আছে হিন্দুকে ধৰি ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ। উত্তেজিত একাংশ লোকে হিন্দু লোকৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে ধৰ্মীয় প্ৰতিষ্ঠানকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইয়াৰ মাজতো বাংলাদেশী হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মোদী চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ।

ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া স্থিতি সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে টুইটযোগে কয় যে, এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক, হিন্দুকে ধৰি অন্যান্য ধৰ্মীয় সংখ্যালঘু সমুদায়ৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দেশখনৰ বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিব।

বাংলাদেশৰ ভাৰতীয় আৰু হিন্দু জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি স্পষ্ট কৰি দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এই সমিতিখনক বিশেষভাৱে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা আৰু পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। শেহতীয়াকৈ বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতৰ চৰকাৰে।

উল্লেখ্য যে যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ পলায়ন কৰাৰ পিছতে দেশখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। একাংশ উত্তেজিত লোকে হিন্দু মন্দিৰ, ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱাৰ লগতে আৱামী লীগৰ ২ হিন্দু নেতাক আক্ৰমণ কৰে।

Tags: Amit ShahBangladeshNarendra Modi

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025