• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

Nation NE by Nation NE
August 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশী হিন্দুৰ সুৰক্ষাৰ বাবে মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ, অমিত শ্বাহৰ ঘোষণা

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতো বাংলাদেশত অব্যাহত আছে হিন্দুকে ধৰি ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ। উত্তেজিত একাংশ লোকে হিন্দু লোকৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে ধৰ্মীয় প্ৰতিষ্ঠানকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইয়াৰ মাজতো বাংলাদেশী হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মোদী চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ।

ভাৰত-বাংলাদেশ সীমান্তৰ শেহতীয়া স্থিতি সন্দৰ্ভত দৃষ্টি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন বিশেষ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে টুইটযোগে কয় যে, এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক, হিন্দুকে ধৰি অন্যান্য ধৰ্মীয় সংখ্যালঘু সমুদায়ৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দেশখনৰ বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিব।

বাংলাদেশৰ ভাৰতীয় আৰু হিন্দু জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি স্পষ্ট কৰি দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এই সমিতিখনক বিশেষভাৱে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা আৰু পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। শেহতীয়াকৈ বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতৰ চৰকাৰে।

উল্লেখ্য যে যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ পলায়ন কৰাৰ পিছতে দেশখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। একাংশ উত্তেজিত লোকে হিন্দু মন্দিৰ, ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱাৰ লগতে আৱামী লীগৰ ২ হিন্দু নেতাক আক্ৰমণ কৰে।

Tags: Amit ShahBangladeshNarendra Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025