• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাৰে বাৰে পাকিস্তান যোৱা নেতাই ল’ব নোৱাৰিব অসমৰ নেতৃত্ব : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অমিত শ্বাহৰ

Nation NE by Nation NE
August 29, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0
বাৰে বাৰে পাকিস্তান যোৱা নেতাই ল’ব নোৱাৰিব অসমৰ নেতৃত্ব : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অমিত শ্বাহৰ
Share on FacebookShare on TwitterWhatsApp

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ খানাপাৰাৰ পৰা কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। ‘এন ডি এ পঞ্চায়ত প্ৰতিনিধি সন্মিলন’ত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে নাম নোলোৱাকৈয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়।

বিশাল সমাৱেশত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়া লোকে অসমৰ নেতৃত্ব ল’ব নোৱাৰিব। বাৰে বাৰে পাকিস্তান যোৱা নেতাই অসমৰ নেতৃত্ব ল’ব নোৱাৰিব। অনুপ্ৰৱেশকাৰীক চৰকাৰী ভূমিত সংস্থাপন দিয়া লোকসকলে অসমক নেতৃত্ব প্ৰদান কৰিব নোৱাৰিব।’

অসমৰ নেতৃত্ব দুৰ্নীতিত লিপ্ত লোকসকলক দিব নোৱাৰি বুলি উল্লেখ কৰি অমিত শ্বাহে কয়, ‘অসমৰ নেতৃত্ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলিব।’

অসম কংগ্ৰেছ নেতৃত্বৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো তীব্ৰ সমালোচনা কৰে। বিহাৰত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ ৰ সময়ত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক কটু ভাষাৰে সমালোচনা কৰা কাৰ্যক অতি নিন্দনীয় আখ্যা দিয়ে অমিত শ্বাহে।

শ্বাহে কয়, ‘বিহাৰত কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক লৈ অপশব্দ প্ৰয়োগ কৰিছে। তেওঁলোকৰ দুৰ্নীতিপৰায়ণ প্ৰচেষ্টা দেখি মই নিশ্চিত যে তেওঁলোকৰ ওচৰত জনসাধাৰণৰ সমৰ্থন নাই।’

ৰাহুল গান্ধীৰ যদি অলপো লাজ আছে তেন্তে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ কৰা অপশব্দৰ বাবে ক্ষমা খুজিব লাগে বুলিও দাবী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

উল্লেখ্য যে, দুদিনীয়া অসম ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথমটো কাৰ্যসূচী হিচাপে শ্বাহে বাজপেয়ী ভৱনত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা আৰু কৌশল ৰচনাৰ বাবে নৱগঠিত ১৮ জনীয়া কৰ্ণধাৰ সমিতিৰ সৈতে বৈঠকত মিলিত হয়।

ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্বাহে নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন মুকলি, ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ শুভাৰম্ভৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশ লয়।

Tags: #CongressAmit ShahBJPGaurav GogoiGuwahatiHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025