• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাৰে বাৰে পাকিস্তান যোৱা নেতাই ল’ব নোৱাৰিব অসমৰ নেতৃত্ব : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অমিত শ্বাহৰ

Nation NE by Nation NE
August 29, 2025
in Top News, BIG BREAKING, অসম, ৰাজনীতি
0 0
বাৰে বাৰে পাকিস্তান যোৱা নেতাই ল’ব নোৱাৰিব অসমৰ নেতৃত্ব : কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা অমিত শ্বাহৰ
Share on FacebookShare on TwitterWhatsApp

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ খানাপাৰাৰ পৰা কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। ‘এন ডি এ পঞ্চায়ত প্ৰতিনিধি সন্মিলন’ত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহে নাম নোলোৱাকৈয়ে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়।

বিশাল সমাৱেশত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়া লোকে অসমৰ নেতৃত্ব ল’ব নোৱাৰিব। বাৰে বাৰে পাকিস্তান যোৱা নেতাই অসমৰ নেতৃত্ব ল’ব নোৱাৰিব। অনুপ্ৰৱেশকাৰীক চৰকাৰী ভূমিত সংস্থাপন দিয়া লোকসকলে অসমক নেতৃত্ব প্ৰদান কৰিব নোৱাৰিব।’

অসমৰ নেতৃত্ব দুৰ্নীতিত লিপ্ত লোকসকলক দিব নোৱাৰি বুলি উল্লেখ কৰি অমিত শ্বাহে কয়, ‘অসমৰ নেতৃত্ব নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলিব।’

অসম কংগ্ৰেছ নেতৃত্বৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো তীব্ৰ সমালোচনা কৰে। বিহাৰত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ ৰ সময়ত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক কটু ভাষাৰে সমালোচনা কৰা কাৰ্যক অতি নিন্দনীয় আখ্যা দিয়ে অমিত শ্বাহে।

শ্বাহে কয়, ‘বিহাৰত কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক লৈ অপশব্দ প্ৰয়োগ কৰিছে। তেওঁলোকৰ দুৰ্নীতিপৰায়ণ প্ৰচেষ্টা দেখি মই নিশ্চিত যে তেওঁলোকৰ ওচৰত জনসাধাৰণৰ সমৰ্থন নাই।’

ৰাহুল গান্ধীৰ যদি অলপো লাজ আছে তেন্তে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক লৈ কৰা অপশব্দৰ বাবে ক্ষমা খুজিব লাগে বুলিও দাবী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

উল্লেখ্য যে, দুদিনীয়া অসম ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথমটো কাৰ্যসূচী হিচাপে শ্বাহে বাজপেয়ী ভৱনত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা আৰু কৌশল ৰচনাৰ বাবে নৱগঠিত ১৮ জনীয়া কৰ্ণধাৰ সমিতিৰ সৈতে বৈঠকত মিলিত হয়।

ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্বাহে নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন মুকলি, ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ শুভাৰম্ভৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশ লয়।

Tags: #CongressAmit ShahBJPGaurav GogoiGuwahatiHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025