• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ

Nation NE by Nation NE
October 28, 2024
in Top News, অসম, ৰাজনীতি
0 0
টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ
Share on FacebookShare on TwitterWhatsApp

ধলাইত মনোনয়ন প্ৰত্যাহাৰ কৰিব নিৰ্দলীয় প্ৰাৰ্থী অমিয় কান্তি দাসে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত মনোনয়ন প্ৰত্যাহাৰ কৰি পুনৰ বিজেপিলৈ উভতাৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ।

বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতেই অমিয় কান্তি দাসে সাংসদ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-নিৰ্বাচনত নিৰ্দলীয়ৰূপে মনোনয়ন দাখিল কৰিছিল।

দাসে মনোনয়ন দাখিল কৰাৰ পিছতেই অস্বস্তিত পৰিছিল বিজেপি নেতৃত্ব। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দূৰ কৰাৰ বাবে শনিবাৰে নিশা ফোনযোগে অমিয় কান্তি দাসক বুজনি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্দেশৰ পিছতেই আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুয়া ধলাইত উপস্থিত হৈ অমিয় কান্তি আৰু তেওঁৰ সমৰ্থক সকলক বুজনি দিয়ে।

ধলাই নতুন বজাৰৰ মা মনসা বিবাহ ভৱনত অমিয় কান্তি আৰু সমৰ্থক সকলক লৈ বৈঠকত বহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক কৌশিক ৰায়। প্ৰায় দুই ধন্টা বৈঠকৰ পাছত অমিয় কান্তিয়ে মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠকতে পুনৰবাৰ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অমিয় কান্তি দাসসহ তেওঁৰ সমৰ্থক সকলে। পৰিমল শুক্লবৈদ্যৰ একনায়কত্বাৰ বাবে ধলাই বিজেপি ধ্বংস হ’বলৈ ধৰিছে বুলিও অভিযোগ কৰে দাসৰ সমৰ্থকসকলে৷

অমিয় কান্তি দাস আৰু তেওঁৰ সমৰ্থকসকলে উত্থাপন কৰা অভিযোগসমুহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি দলৰ মজিয়াত অমিয় কান্তিক গুৰুত্বপূৰ্ণ স্থান দিয়াৰ লগতে ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলিও আশ্বাস দিয়া হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি দলৰ জিলা সভাপতি, শিলচৰ উন্নয়ন খণ্ডৰ চেয়াৰমেন অথবা কাছাৰ জিলা পৰিষদৰ চেয়াৰমেন, এই তিনটা পদৰ যি কোনো এটা পদ অমিয়ক প্ৰদান কৰাৰ সম্ভাৱনা আছে।

ইফালে আজি বিয়লি বিজেপি নেতৃত্বৰ সৈতে জিলা আয়ুক্ত কাৰ্যালয়লৈ গৈ অমিয় কান্তি দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব।

Tags: #AssamAmiya Kanti DasBJPBye ElectionDholaiJayanta Malla Baruah

Related Posts

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

শীৰ্ষ সংবাদ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025