• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি

      Nation NE by Nation NE
      September 23, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি
      Share on FacebookShare on TwitterWhatsApp

      প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোকে অন্ধ্ৰপ্ৰদেশস্থিত তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে। পিছে কিছুদিন পূৰ্বে তিৰুপতি মন্দিৰত হোৱা এক ঘটনাই সকলো ভক্তৰ অন্তৰত আঘাত সানে। তিৰুপতিৰ প্ৰসাদত নিষিদ্ধ মাংসৰ চৰ্বি আৰু তেলৰ উপস্থিতি পোৱা গৈছিল। যিয়ে সকলোকে আচৰিত কৰি তুলিছিল।

      এই ঘটনা সন্দৰ্ভত বৰ্তমান এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। চলিত বিতৰ্কৰ মাজতেই মন্দিৰটো শুদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শুদ্ধিৰ বাবে মন্দিৰত বিভিন্ন ৰীতি-নীতি পালন কৰা হৈছে।

      মন্দিৰটো পঞ্চগৱ্যৰ সৈতে বিশুদ্ধ কৰা হৈছে। এই ৰীতি-নীতি তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্তৰ বাবে আৰম্ভ কৰা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে মন্দিৰ প্ৰাংগন প্ৰায়শ্চিত্ত কৰাৰ লগতে ইয়াত পৱিত্ৰতা বজাই ৰখা।

      এই অনুষ্ঠানৰ বাবে মহাশান্তি যজ্ঞৰ আয়োজন কৰা হৈছে। শুদ্ধিৰ ৰীতি পঞ্চগৱ্য অৰ্থাৎ তিৰুপতি মন্দিৰটো ৫ বিধ পৱিত্ৰ বস্তুৰে বিশুদ্ধ কৰা হৈছে। এই পঞ্চগৱ্যত গৰুৰ গাখীৰ, দৈ, ঘিউ, প্ৰস্ৰাৱ আৰু গোবৰ অন্তৰ্ভুক্ত হৈ থাকে। প্ৰাংগন বিশুদ্ধ কৰাৰ পাছতেই লাড্ডু পোটু অৰ্থাৎ লাড্ডু মেকিং কিচেন আৰু অন্নপ্ৰসাদম পোটু অৰ্থাৎ প্ৰসাদ নিৰ্মাণ ৰন্ধনশালাত বিশুদ্ধকৰণ কৰা হ’ব।

      এই বিশুদ্ধকৰণৰ সময়ত, ১১ জন বিশেষ লোক উপস্থিত থাকিব। পঞ্চগৱ্যৰে সমগ্ৰ তিৰুমালা মন্দিৰ চৌহদটো শুদ্ধ কৰাৰ ক্ষেত্ৰত ৮ গৰাকী পুৰোহিত আৰু ৩ গৰাকী আগমা উপদেষ্টা জড়িত থাকিব। এই অনুষ্ঠানটো  পুৱা ৬.০০ বজাত আৰম্ভ হৈ আৰু পুৱা ১০.০০ বজালৈকে চলিব। তিৰুপতি তিৰুমালা লাড্ডু বিতৰ্কৰ পিছতেই এই পদক্ষেপ লোৱা হৈছে।

      শেহতীয়াকৈ, তিৰুপতি মন্দিৰৰ নৈবেদ্য প্ৰস্তুত কৰাত ব্যৱহৃত ঘিউত নিষিদ্ধ মাংসৰ চৰ্বি আৰু তেলৰ উপস্থিতি পোৱা গৈছিল, যাক লৈ মহন্ত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পৰা আদি কৰি বহুলোকে ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল আৰু ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিজেও এই বিষয়টো সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছিল আৰু কৈছিল যে কোটি কোটি ভক্তৰ অনুভূতি, পৰম্পৰা আৰু ধৰ্মীয় আচৰণৰ সৈতে খেলাটো উচিত হোৱা নাই। এইসন্দৰ্ভত চৰকাৰে SIT গঠন কৰিছে, দোষী সাৱ্যস্ত হোৱা কৰ্মচাৰীসকলক ব্লেকলিষ্ট কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জানিবলৈ দিছে।

      Tags: Andhra PoliceAndhra PradeshBalaji Temple

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist