• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দলত যোগ দিব এইগৰাকী বেগী বলাৰে

Nation NE by Nation NE
July 20, 2025
in Top News, ক্ৰীড়া
0 0
ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দলত যোগ দিব এইগৰাকী বেগী বলাৰে
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ অন্তিম দুখন মেচৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে অঞ্চুল কম্বোজ। আঙুলিৰ আঘাতৰ বাবে চতুৰ্থ টেষ্টৰ পৰা বাহিৰ হোৱা অৰ্শদ্বীপ সিঙৰ ঠাইত কম্বোজক দলত স্থান দিয়া হৈছে।

বিচিচিআইৰ এটা সূত্ৰই জানিব দিয়ে যে অনুশীলনৰ সময়ত হাতৰ আঙুলিত আঘাত পাইছে অৰ্শদ্বীপ সিঙে। সম্পূৰ্ণ সুস্থ হৈ থাকিবলৈ তেওঁক অতি কমেও ১০ দিনৰ সময় লাগিব, সেয়ে নিৰ্বাচকে তেওঁৰ ঠাইত দলত অঞ্চুল কম্বোজক অন্তৰ্ভুক্ত কৰিছে।

শৃংখলাটোৰ চতুৰ্থখন মেচ ২৩ জুলাইৰ পৰা অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হ’ব। এই মেচখন ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো শৃংখলাটোত বৰ্তি হৈ থাকিবলৈ ভাৰতে এই মেচখন জয়ী হ’বই লাগিব।

পাঁচখন মেচৰ শৃংখলাটোত সম্প্ৰতি ভাৰত ২-১ ব্যৱধানত পিছ পৰি আছে।

উল্লেখ্য যে, এই পৰ্যন্ত ভাৰতীয় দলৰ হৈ কোনো এটা ফৰ্মেটতে অভিষেক ঘটা নাই অঞ্চুল কম্বোজৰ। তেওঁ ২৪খন প্ৰথম শ্ৰেণীৰ মেচৰ ৪১টা ইনিংছত ৭৯টা উইকেট দখল কৰিছে। আনহাতে লিষ্ট এ ক্ৰিকেটত ৪০টা আৰু ঘৰুৱা টি-২০ত ৩৪টা উইকেট দখল কৰিছে।

Tags: Anshul KambojEnglandIndiaTest Series

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025