• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

Nation NE by Nation NE
January 29, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…
Share on FacebookShare on TwitterWhatsApp

অৰিজিৎ সিঙৰ অৱসৰ কখা ঘোষণাৰ পিছতে খবৰ ওলাইছে যে তেওঁ “বৰ্ডাৰ ২” ছবিখনৰ বাবে এটি গীত গাবলৈ বাধ্য হৈছিল। এইক্ষেত্ৰত ভূষণ কুমাৰে নিজৰ বক্তব্য ৰাখিছে। উল্লেখ্য যে, ২৭ জানুৱাৰীত নেপথ্য কণ্ঠশিল্পী হিচাপে অৱসৰৰ কথা ঘোষণাৰ কৰি সকলোকে স্তম্ভিত কৰি তোলে অৰিজিত সিঙে।

এই খবৰৰ পিছতে ক্ৰমাৎ আৱেগিক হৈ পৰে অৰিজিতৰ অনুৰাগীসকল।  ইয়াৰ পিছতে আন এক উৰাবাতৰি প্ৰচাৰিত হৈছে যে অৰিজিতে “বৰ্ডাৰ ২”ৰ “সন্দেছে আতে হ্যেয়” গীতটো গাইবলৈ বাধ্য হৈছিল। কিন্তু  ছবিখনৰ পৰিচালক ভূষণ কুমাৰে এই সকলোবোৰ বাজে কথা বুলি উল্লেখ কৰে।

শেহতীয়াকৈ এক বিষয় উত্থাপন হৈছিল যে, একাংশ সংগীত পৰিচালকে কণ্ঠশিল্পীগৰাকীৰ কামত বাধা দিছিল। যাৰ বাবে তেওঁ অত্যন্ত বিচলিত হৈ পৰিছিল। তদুপৰি কোৱা হৈছিল যে অৰিজিতে “বৰ্ডাৰ ২”ৰ গীতবোৰৰ সৈতে সৃষ্টিশীলভাৱে কাম কৰিব নোৱাৰিলে।

অৱশ্যে অৰিজিতে নিজৰ অৱসৰ ঘোষণাৰ পিছতে এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে যে, বছৰ বছৰ ধৰি তেওঁৰ সংগীত শুনি মৰম আগবঢ়োৱা সকলোকে ধন্যবাদ জনায়। লগতে অৰিজিতে লিখিছে যে, ইয়াৰ এটা কাৰণ যথেষ্ট সহজ, তেওঁৰ যিকোনো বস্তুৰ প্ৰতিয়েই আগ্ৰহ অতি সোনকালে কমি যায়, যাৰ বাবে তেওঁ প্ৰায়ে নিজৰ গীতৰ ব্যৱস্থা সলনি কৰি লাইভত পৰিবেশন কৰে।

Tags: arijit singhbhushan kumarSINGER

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 29, 2026

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025