• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰেইন হাইজেকৰ পিছত এইবাৰ সেনাৰ ৮ খন বাহনত ভয়ংকৰ আক্ৰমণ; ৯০ গৰাকী পাক সেনা নিহতৰ দাবী

Nation NE by Nation NE
March 16, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰেইন হাইজেকৰ পিছত এইবাৰ সেনাৰ ৮ খন বাহনত ভয়ংকৰ আক্ৰমণ; ৯০ গৰাকী পাক সেনা নিহতৰ দাবী
Share on FacebookShare on TwitterWhatsApp

ট্ৰেইন হাইজেক ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ বেলুচিস্তানত। বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে পাক সেনাৰ ওপৰত কৰিছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত কমেও ৯০ গৰাকী সেনা জোৱান নিহত হোৱা বুলি দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৱে।

দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি পাকিস্তানী সেনাৰ কনভয়ৰ ওপৰত সংঘটিত হৈছে এই আক্ৰমণ। আনহাতে স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি আৰ চি ডি ঘাইপথত সেনাৰ কনভয়ক আক্ৰমণ কৰা হয়।

জানিব পৰা অনুসৰি, বিদ্ৰোহী গোটটোৱে প্ৰথমে বিস্ফোৰণ সংঘটিত কৰে আৰু তাৰ পিছত প্ৰচণ্ড গুলীচালনা হয়। এই আক্ৰমণৰ পিছত কেইবাখনো এম্বুলেন্স আৰু নিৰাপত্তা বাহিনী ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ লগতে চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

ইফালে পাকিস্তান সেনাৰ কনভয়ত আক্ৰমণৰ দায়িত্ব লৈ বিএলএৰ মুখপাত্ৰ জেয়ান বেলুচে কয়, ‘বিএলএৰ আত্মঘাতী শাখা মজিদ ব্ৰিগেডে কেইঘণ্টামান পূৰ্বে নোছকিৰ আৰচিডি হাইৱেৰ ৰাছখান মিলৰ ওচৰত পাকিস্তান সেনাৰ কনভয়ক লক্ষ্য কৰি লয়। এই কনভয়ত আঠখন বাছ আছিল, ইয়াৰে এখন বাছ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।’

আনহাতে এই আক্ৰমণত পাকিস্তান সেনাৰ ৯০ জন জোৱান নিহত হোৱা বুলিও বিএলএই দাবী কৰে।

Tags: BalochistanBalochistan Liberation ArmyPak Army

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025