• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

Nation NE by Nation NE
May 13, 2025
in Top News, অসম
0 0
প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য
Share on FacebookShare on TwitterWhatsApp

বিগত দুটা দিনত ২টাকৈ চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰ। ১১ মে’ত মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি ১০ বছৰীয়া এটি শিশুক হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ এদিন পাছতে ১১ মে’ত গুৱাহাটীত সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা।

ত্রিকোণ প্ৰেমৰ বাবেই শেষ হৈ যায় এটা জীৱন। মহানগৰীৰ গড়চুক চাৰিআলিত দিন-দুপৰতে অভিনেতা এজনক উপৰ্যুপৰি ছুৰিকাঘাত কৰি হত্যা কৰে। ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মৃগাংক বৰ্মন (২৬) নামৰ যুৱকজনৰ পৰবৰ্তী সময়ত প্ৰাণহানি হয়।

জানিব পৰা মতে, দিন দুপৰতে গড়চুত চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত মৃগাংক ছূৰীৰে আক্ৰমণ কৰিছিল এজন লোকে। লগে লগে মৃগাংক বৰ্মনক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মৃগাংক বৰ্মনৰ।

ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰহাৰ কৰা ছুৰীখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।  ইয়াৰোপৰি হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাজু আলী নামৰ এজন লোকক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হাজোৰ দামপুৰৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰাজু আলীক।

ঘটনাৰ বৰ্ণনা অনুসৰি, মৃগাংক বৰ্মন নামৰ যুৱক জন অভিনয় তথা মডেলিঙৰ সৈতে জড়িত আছিল। শুৱালকুছিৰ এগৰাকী বিবাহিতা মহিলা (৩৬)ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৃগাংকৰ।কিন্তু মহিলাগৰাকীৰ ৰাজু আলী নামৰ আন এজন যুৱকৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল।

১২ মে’ৰ দিনটোত মহানগৰীৰ গড়চুকৰ Silver Arcade অট্টালিকাটোত থকা Hi City Inn নামৰ হোটেলখনত দুপৰীয়া ১ বজাত মৃগাংকই ২০৯ নম্বৰ কোঠা বুক কৰিছিল। জানিব পৰা মতে, এই কোঠতেই মহিলাগৰাকীৰ সৈতে প্ৰায় ৩ ঘণ্টাকৈ সময় অতিবাহিত কৰিছিল মৃগাংকই। কিন্তু হোটেল এৰি দিয়াৰ পিছত পাৰ্কিঙত মহিলাগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মৃগাংক।তাৰ পাছতে ৰাজু আলী নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰি তাৰ পৰা পলায়ন কৰে।

পিছে ঘাতক ৰাজু আলীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, ৰাজুৱে কেৱল মৃগাংকক ছুৰীৰে আক্ৰমণ কৰাই নহয়, পাৰ্কিঙৰপৰা এডাল লাঠী লৈ মৃগাংকৰ সৈতে থকা মহিলাগৰাকীক, যি ৰাজুৰ প্ৰাক্তন প্ৰেমিকা আছিল বুলি দাবী কৰিছে, তেওঁকো লাঠীৰে প্ৰহাৰ কৰে।

স্থানীয় লোকে জনোৱা মতে, যুৱকজনে তেজেৰ লুতুৰী-পুতুৰী অৱস্থাত ৰাজপথলৈ ওলাই আহে আৰু সেই সময়তে বাইক লৈ ওলাই যায় এজন যুৱক। ইয়াৰ লগে লগে স্থানীয় লোকে খবৰ দিয়ে গড়চুক আৰক্ষীক।

আজি মৃগাংক বৰ্মনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীকো আটক কৰিছে যদিও তেওঁক মুকলি কৰি দিব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Tags: #AssamGuwahatiMurder case

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025