• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

Nation NE by Nation NE
June 4, 2025
in Top News, অসম
0 0
অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত হৈছে কি? বৰ্তমানেও ৰাজ্যত চলি আছে নেকি এখন সুস্থ সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়া অন্ধবিশ্বাস তথা কুসংস্কাৰ? এইবাৰ অন্ধবিশ্বাসৰ বলি হ’ল সৰুপথাৰৰ তিনিটাকৈ পৰিয়াল।

সৰুপথাৰ সমজিলাৰ অন্তর্গত চাংপুল গাঁৱত সংঘটিত হৈছে এক নাভুত- নাশ্ৰুত ঘটনা। ঘৰে-ঘৰে দেৱী পূজা কৰিবলৈ কৰে অদ্ভূদ কাণ্ড। শিশুৰ পৰা জেষ্ঠলৈ সাতদিন ব্ৰতত থাকি অৱশেষত চিকিৎসালয় পাব লগা হয় দহজনকৈ লোক।

এই বৈজ্ঞানিক যুগতো এক আচৰিত ঘটনা ঘটিছে সৰুপথাৰ সমজিলাৰ চাংপুল গাওঁ পঞ্চায়তত। সমগ্ৰ বিষয়টো আৰম্ভ হৈছিল এগৰাকী মহিলাৰ পৰা। মহিলা গৰাকীয়ে নিজৰ দেহত দেৱ-দেৱী লম্ভা বুলি কৈ তেওঁৰ পৰিয়াল আৰু কাষতে লাগি থকা সম্বন্ধীয়লোকক ব্ৰতত থাকিবলৈ কয়। এনে কৰিলে তেওঁলোকৰ দেহতো দেৱ-দেৱীয়ে থিতাপি ল’ব বুলি জনাই মহিলাগৰাকীয়ে।

ইয়াৰ পিছতেই আৰম্ভ হয় নাটকৰ দৰে চৰিত্ৰৰ ভাগ-বটোৱাৰা। কোনোজনে যদি দেৱী পূজাৰ বাবে চুবুৰীলৈ গৈ পূজাৰ নামত মহিলাৰ দেহ স্পৰ্শ কৰে, কোনোৱে আকৌ আকৌ ৰাস্তাৰ লোকক অপদস্থ কৰি নিজৰ ভৰিত ধৰিবলৈ বাধ্য কৰে।

এনেধৰণৰ কৰ্ম-কাণ্ডবোৰ দেখিয়েই ওচৰ-চুবুৰীয়াই তেওঁলোকক মানসিক ৰোগত আক্ৰান্ত হৈছে বুলি ভাবি গাওঁৰক্ষী বাহিনীক খবৰ দিয়ে। ইয়াৰ পিছতেই গাঁওৰক্ষী বাহিনীয়ে প্ৰশাসনক সমগ্ৰ বিষয়টো অৱগত কৰে। লগে লগে চিকিৎসা বিভাগৰ দল আৰু বৰপথাৰ আৰক্ষী আহি উপস্থিত হয় ঘটনাস্থলীত।

আৰক্ষীয়ে সৰ্বমুঠ ১০ জনক চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু খবৰ অনুসৰি এই পৰিয়ালটোৰে দুগৰাকী সদস্য বৰ্তমানেও নিৰুদ্দেশ হৈ থাকে।

পিছে মন কৰিবলগীয়া বিষয় এইটোৱে যে, তেওঁলোকে প্ৰকৃতাৰ্থত মানসিক ৰোগতে আক্ৰান্ত হৈ এনেধৰণৰ আচৰণ কৰিছিল নে কাৰোবাৰ প্ৰৰোচনাত পৰি নীৰিহ লোকক ঈশ্বৰৰ ভয় দেখুৱাই টকা উপার্জনৰ পথ মুকলি কৰিছিল, সেইয়া ৰহস্যৰ আৱৰ্তত। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰশাসনৰ সমান্তৰালকৈ আদিবাসী ছাত্ৰ সন্থায়ো তদন্ত কৰি আছে।

Tags: #AssamGolaghatSupersition

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025