• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, November 3, 2025
24 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

Nation NE by Nation NE
July 21, 2025
in Top News, অসম
0 0
উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত ৰীলচ বনাই বহুতেই জনপ্ৰিয় হবলৈ বিচাৰে। পিছে ৰীল বনাওতে আপুনিও হওক সাৱধান। কিয়নো উচটনিমূলক ৰীলচ বনাই আপুনিও পৰিব পাৰে বিপদত।

এনে এক ঘটনা সংঘটিত হৈছে দৰঙৰ ধূলাত। উচ্ছেদ সম্পৰ্কে উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ হৈছে এই যুৱক। যুৱকজন দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট গাঁৱৰ ২০ বছৰীয়া মাহমুদ আলম।

অসমৰ ভিন্ন অঞ্চলত সন্দেহযুক্ত বেদখলকাৰীৰ বিৰুদ্ধে বৰ্তমান চলি আছে বৃহ উচ্ছেদ অভিযান। এই উচ্ছেদৰ বিৰুদ্ধে ৰীলচ বনাইছিল এইজন যুৱকে।

আৰক্ষী প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে ৰীলচ বনোৱা এই যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধূলা আৰক্ষীয়ে। অসমত চলি থকা সন্দেহ যুক্ত নাগৰিকৰ বাসগৃহ উচ্ছেদৰ ওপৰত বিৰোধিতাৰে মুখ্যমন্ত্ৰীক কতাক্ষ্য কৰি ৰিল বনাইছিল যুৱকজনে। যুৱকজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

Tags: #AssamDarangREELS

Related Posts

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য
Top News

November 3, 2025
প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী
Top News

প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

November 3, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

November 3, 2025
পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
Top News

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

November 2, 2025
১১ বছৰৰ পাছত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ ছি জিনপিঙৰ; একনায়কত্ববাদী কিম জং উনৰ বিষয়ে কি আলোচনা কৰা হৈছিল?

দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী

শীৰ্ষ সংবাদ

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাঁহীবাদকগৰাকী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

পত্নী ঘৰত নথকাৰ সুযোগত অন্য মহিলাৰ সৈতে সম্পর্ক! অসম আৰক্ষীৰ কনিষ্টবলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

১১ বছৰৰ পাছত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ ছি জিনপিঙৰ; একনায়কত্ববাদী কিম জং উনৰ বিষয়ে কি আলোচনা কৰা হৈছিল?

দ্বিতীয়বাৰৰ বাবে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া চুলুহু হাছান, নিৰ্বাচনী হিংসাৰ পিছত প্ৰায় ৭০০ লোকৰ প্ৰাণহানিৰ দাবী

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025