• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

Nation NE by Nation NE
July 25, 2025
in Top News, অসম
0 0
নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
Share on FacebookShare on TwitterWhatsApp

অসম আৰক্ষী জোৱানৰ কু-কাণ্ডই লজ্জানত কৰিছে সকলোকে। এগৰাকী নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে এই আৰক্ষী জোৱানজনে।

হাজোৰ বাগটাত সংঘটিত হৈছে জঘন্য কাণ্ড। অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত জোৱান অৱনী কলিতাই ওচৰৰে এগৰাকী নাবালিকাৰ সৈতে বলপুৰ্বকভাৱে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা চলায়।

দুই সন্তাৰ পিতৃ এই লম্পটজনে কোনো নথকাৰ সুযোগ লৈ নিজ আইতাকৰ গৃহতে এই নাবালিকাৰ সৈতে অকৰ্মৰ চেষ্টা চলায়।আনহাতে লম্পট অৱনীৰ পত্নীয়ে আকৌ স্বামীৰ সমগ্ৰ এই নিৰ্লজ্জ ঘটনা গাপ দিয়াৰ বাবে নাবালিকাৰ পৰিয়ালক অকথ্য গালি-গালাজৰ লগতে মাৰপিটৰো অভিযোগ নাবালিকাৰ পৰিয়ালে।

অসম আৰক্ষীৰ জোৱান অৱনীৰ এই জঘন্য কাণ্ডৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি নাবালিকাৰ পৰিয়ালৰ সৈতে থিয় দিছে হিন্দু জাগৰণ মঞ্চ, বজৰং দলৰ লগতে সকলো স্থানীয় লোক। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ মাতৃয়ে লম্পট আৰক্ষী জোৱান অৱনী কলিতাৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে। লগতে এই ঘটনাৰ উচিত তদন্তৰ বাবে আৰক্ষীক আহ্বান জনাইছে পৰিয়ালৰলোকৰ লগতে স্থানীয় লোক।

Tags: #AssamHajoMolestation

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025