• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

Nation NE by Nation NE
July 25, 2025
in Top News, অসম
0 0
কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
Share on FacebookShare on TwitterWhatsApp

সমগ্ৰ ৰাজ্যতে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান। গোলাঘাট জিলাৰ উৰিয়ামঘাটতো উচ্ছেদ চলিব বুলি প্ৰশাসনে জাননী দিয়াৰ পিছতেই সেই ঠাইৰ পৰা শ শ সন্দেহজনক ৰাজ্যৰ অন্য ঠাইসমূহ, যেনে- কলিয়াবৰ, নগাঁও আৰু মৰিগাঁওলৈ ৰাওনা হোৱা বুলি ইতিমধ্য বহুতেই দাবী কৰিছে।

ইয়াৰ পৰিপেক্ষিতত কলিয়াবৰৰ গাঁৱে গাঁৱে বীৰ লাচিত সেনাৰ অভিযান চলিছে। অবৈধ বেদখলকাৰীয়ে কলিয়াবৰত আশ্ৰয় লৈ থকাৰ সন্দেহতেই বীৰ লাচিত সেনাৰ সদস্যসকলে আৰম্ভ কৰিছে এই তীব্ৰ অভিযান।

কলিয়াবৰৰ উপৰ গাঁৱৰ পৰা লাচিত সেনাৰ সদস্যসকলে এই সন্দেহজনক লোকসকলক খেদি পঠিয়ায়।উল্লেখ্য যে, উপৰ গাঁৱৰ এটা ভাড়া ঘৰত এই সন্দেহজনক লোকে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল বীৰ লাচিত সেনাই। সেই মৰ্মে সদস্যসকলে ওপৰ গাঁৱত উপস্থিত হৈ খেদি পঠিয়াই এই সন্দেহজনক লোকসকলক।

ইয়াৰ পিছতেই কলিয়াবৰৰ বীৰ লাচিত সেনাৰ সদস্যসকলে কয় যে- কলিয়াবৰৰ কোনো স্থানতেই আশ্ৰয় ল’ব নোৱাৰিব সন্দেহজনক লোকে। সন্দেহজনক লোকক দেখা পালেই খেদি পঠাব বীৰ লাচিত সেনাই। গতিকে উৰিয়ামঘাটৰ পৰা অহা কোনো উচ্ছেদিত লোকে কলিয়াবৰত আশ্ৰয় নল’বলৈ সকীয়াই দিয়ে সদস্যসকলে।

Tags: #AssamIllegal BangladeshiKALIABOR

Related Posts

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025