• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, August 1, 2025
29 °c
Guwahati
28 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

    দলগাঁৱত ভয়ংকৰ অ*গ্নিকা*ণ্ড, নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভ*স্মী*ভূত

    বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

    গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ কিয় পাকিস্তানৰ সংবাদ মাধ্যম?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…

      Nation NE by Nation NE
      July 31, 2025
      in Top News, অসম
      0 0
      নিজ খুড়াকেই প্ৰাণ ল’লে ২ বছৰীয়া এটি শিশুৰ, এই ভয়ংকৰ ঘটনাৰ কাৰণ…
      Share on FacebookShare on TwitterWhatsApp

      কাছাৰৰ দয়াপুৰ চাহ বাগিছাৰ আতইছৰা বস্তীত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। সুৰামত্ত খুড়াকে  হত্যা কৰিলে ২ বছৰীয়া কনমানি নিজ ভতিজাকক। এই ভয়ংকৰ ঘটনাৰে জড়িত হত্যাকাৰী খুড়াক ছুঠন ৰিকিয়াশনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

      ৩০ জুলাইৰ সন্ধিয়া সংঘটিত হৈছে চাঞ্চল্যকৰ এই হত্যাকাণ্ড। জানিব পৰা মতে, নিজৰ ঘৰৰ চোতালত আন শিশুৰ সৈতে খেলি আছিল এই কণমানি শিশুটি। সেই সময়ত সুৰামত্ত অৱস্থাত উপস্থিত হৈ ছুঠন ৰিকিয়াশনে নিজৰ ২ বছৰীয়া ভতিজাকক ঘৰত লৈ যায় আৰু হত্যা কৰে।

      উক্ত ঘটনাৰ সময়ত শিশুটিৰ পিতৃ-মাতৃ বাগিচাত কাম কৰি আছিল। ইফালে প্ৰতিৱেশীসকলে উক্ত ঘটনাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী খুড়া ছুঠন ৰিকিয়াশনক৷ তাৰপিছত আৰক্ষীয়ে হত্যাকাৰী খুড়াক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। লগতে কণমানিটিৰ নিথৰ দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি দয়াপুৰ চাহ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

      আনহাতে এই ঘটনা সন্দৰ্ভত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰে জনায় যে, ইতিমধ্যে হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। কি কাৰণত খুড়াকে নিজ ভতিজাক এনেদৰে হত্যা কৰিলে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ অন্তত সকলো বিষয় স্পষ্ট হ’ব বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।

      Tags: #Assam#CacharMurder case

      Related Posts

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?
      Top News

      August 1, 2025
      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…
      Top News

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…

      August 1, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      August 1, 2025
      ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ
      Top News

      ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

      July 31, 2025

      শীৰ্ষ সংবাদ

      একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

      উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মণ্ডলৰ চূড়ান্ত তালিকা প্ৰস্তুত নিৰ্বাচন আয়োগৰ

      বিপদৰ মাজতো জীৱন বিপন্ন কৰি বনাইছে ৰীল, ৭ জনক গ্ৰেপ্তাৰ

      লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist