• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ; নিৰ্ণয় হ’ব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Nation NE by Nation NE
November 13, 2024
in Top News, অসম, ৰাজনীতি
0 0
ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ; নিৰ্ণয় হ’ব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ। বিয়লি ৫ বজাত অন্ত পৰিব ভোটগ্ৰহণ।

চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাইত চলি আছে ভোটগ্ৰহণ। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা। ৫ সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি দিনৰ ১১ বজালৈ চামগুলি সমষ্টিত ৩২ শতাংশ, বিহালী সমষ্টিত ৩০ শতাংশ, বঙাইগাঁৱত ৩৩ শতাংশ, চিদলীত ৩২ শতাংশ আৰু ধলাইত ২৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।

উল্লেখ্য যে, এই পাঁচটা সমষ্টিৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় যুঁজ দেখা গৈছে চামগুৰি আৰু বিহালী সমষ্টিত। চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে কংগ্ৰেছৰ হৈ আৰু বিজেপিৰ হৈ দীপ্লুৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

ইফালে বিহালীত কংগ্ৰেছৰ জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱাৰৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

Tags: #Assam#CongressBJPBye Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025