• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয় পৰিব বিপদত; শিক্ষা বিভাগে লৈছে কঠোৰ সিদ্ধান্ত

নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয়ক লৈ সৰৱ হৈছে শিক্ষা বিভাগ

Nation NE by Nation NE
July 24, 2024
in Top News, অসম, সম্পাদকীয়
0 0
নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয় পৰিব বিপদত; শিক্ষা বিভাগে লৈছে কঠোৰ সিদ্ধান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দুৰ্নীতিগ্ৰস্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। যিসমূহ বিদ্যালয়ে শিক্ষাৰ্থীক নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰে তেনেকুৱা বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ।

কিয়নো ২০২৫ বর্ষৰ জানুৱাৰী মাহত হ’বলগীয়া গুণোৎসৱত প্ৰথমবাৰলৈ থাকিব ইউনিফৰ্মৰ গুণগত মানদণ্ডৰ ওপৰত অতিৰিক্ত নম্বৰ। লগতে, ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপন কৰাৰ বাবে শিক্ষা বিভাগে নিয়োগ কৰিছে ভিজিলেন্স টিম।

উল্লেখ্য যে, ইউনিফৰ্মক লৈ সময়ে-সময়ে বিতৰ্ক অব্যাহত থাকে। একাংশ লোকে চৰকাৰৰ পৰা টকা লৈ নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰে ছাত্ৰ-ছাত্ৰীক। সেইসমূহ বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈছে শিক্ষা বিভাগ। বহু বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰাৰ তথ্য টেষ্টিং লেবত পোহৰলৈ আহিছে। যাৰবাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

উল্লেখ্য যে, চলিত বৰ্ষৰ গুণোৎসৱত সামৰি লোৱা হ’ব ৩৫ খন জিলাৰ ৪৫ হাজাৰ বিদ্যালয়ৰ ৪৩ লাখ ২৩ হাজাৰ ছাত্ৰ-ছাত্ৰী। ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া গুণোৎসৱ হ’ব তিনিটা পৰ্যায়ত। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১খন জিলাক সামৰি লোৱা হ’ব । দ্বিতীয় পৰ্যায়ত সামৰি লোৱা হ’ব ১৩ খন জিলাক আৰু অন্তিম পৰ্যায়ৰ গুণোৎসৱে সমৰি ল’ব ১১ খন জিলাক।

Tags: #Assameducation departmentHimanta Biswa SarmaRanoj pegu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025