• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয় পৰিব বিপদত; শিক্ষা বিভাগে লৈছে কঠোৰ সিদ্ধান্ত

নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয়ক লৈ সৰৱ হৈছে শিক্ষা বিভাগ

Nation NE by Nation NE
July 24, 2024
in Top News, অসম, সম্পাদকীয়
0 0
নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰা বিদ্যালয় পৰিব বিপদত; শিক্ষা বিভাগে লৈছে কঠোৰ সিদ্ধান্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দুৰ্নীতিগ্ৰস্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। যিসমূহ বিদ্যালয়ে শিক্ষাৰ্থীক নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰে তেনেকুৱা বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ।

কিয়নো ২০২৫ বর্ষৰ জানুৱাৰী মাহত হ’বলগীয়া গুণোৎসৱত প্ৰথমবাৰলৈ থাকিব ইউনিফৰ্মৰ গুণগত মানদণ্ডৰ ওপৰত অতিৰিক্ত নম্বৰ। লগতে, ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপন কৰাৰ বাবে শিক্ষা বিভাগে নিয়োগ কৰিছে ভিজিলেন্স টিম।

উল্লেখ্য যে, ইউনিফৰ্মক লৈ সময়ে-সময়ে বিতৰ্ক অব্যাহত থাকে। একাংশ লোকে চৰকাৰৰ পৰা টকা লৈ নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰে ছাত্ৰ-ছাত্ৰীক। সেইসমূহ বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈছে শিক্ষা বিভাগ। বহু বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে নিম্ন মানৰ ইউনিফৰ্ম যোগান ধৰাৰ তথ্য টেষ্টিং লেবত পোহৰলৈ আহিছে। যাৰবাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

উল্লেখ্য যে, চলিত বৰ্ষৰ গুণোৎসৱত সামৰি লোৱা হ’ব ৩৫ খন জিলাৰ ৪৫ হাজাৰ বিদ্যালয়ৰ ৪৩ লাখ ২৩ হাজাৰ ছাত্ৰ-ছাত্ৰী। ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া গুণোৎসৱ হ’ব তিনিটা পৰ্যায়ত। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১খন জিলাক সামৰি লোৱা হ’ব । দ্বিতীয় পৰ্যায়ত সামৰি লোৱা হ’ব ১৩ খন জিলাক আৰু অন্তিম পৰ্যায়ৰ গুণোৎসৱে সমৰি ল’ব ১১ খন জিলাক।

Tags: #Assameducation departmentHimanta Biswa SarmaRanoj pegu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025