• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘোষণা হ’ল গুণোৎসৱ ২০২৫ৰ ফলাফল; পঢ়ক সবিশেষ

Nation NE by Nation NE
March 27, 2025
in Top News, BIG BREAKING, অসম
0 0
ঘোষণা হ’ল গুণোৎসৱ ২০২৫ৰ ফলাফল; পঢ়ক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

আজি ঘোষণা হ’ল গুণোৎসৱ ২০২৫ৰ ফলাফল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱ ২০২৫ৰ ফলাফল ঘোষণা কৰে।

ফলাফল ঘোষণাৰ পাছতে অসমৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৰাজ্যৰ শিক্ষাখণ্ডৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।

সামাজিক মাধ্যম এক্সযোগে মন্ত্ৰী পেগুৱে কয়, ‘ৰাজ্যজুৰি ৬ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱ ২০২৫ৰ ফলাফলে আমাৰ শিক্ষাখণ্ডৰ ইতিবাচক বিকাশৰ প্ৰতিফলন ঘটায়। এই মূল্যায়নত পাৰদৰ্শিতা দেখুৱাই সফলতাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা প্ৰতিখন বিদ্যালয়ৰ কৰ্তৃপক্ষক অভিনন্দন।’

তেওঁ লগতে জানিবলৈ দিয়ে যে এইবাৰৰ গুণোসৱত ৪৪,০০৭ খন বিদ্যালয়ৰ ৩৮,৯৮,৯৪৫ গৰাকী শিক্ষাৰ্থীৰ গুণগত শৈক্ষিক মান পৰীক্ষা কৰা হৈছিল।

ইফালে, আজি শংকৰদেৱ কলাক্ষেত্ৰতে অনুষ্ঠিত হোৱা অনুষ্ঠানত এইবাৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড পোৱা ১১,৫৯৪ খন বিদ্যালয়ক ২৫ হাজাৰকৈ টকা আৰু ৪,৩২০ গৰাকী শিক্ষাৰ্থীক একোটাকৈ টেবলেটো প্ৰদান কৰে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, এইবাৰৰ গুণোৎসৱত প্ৰথম স্থানত আছে শিৱসাগৰ, দ্বিতীয় স্থানত ডিব্ৰুগড় আৰু তৃতীয় স্থান লাভ কৰে যোৰহাটে। ঐক্যসাজ শিতানত প্ৰথম শিৱসাগৰ, দ্বিতীয় মাজুলী আৰু তৃতীয় স্থান লাভ কৰে চৰাইদেউ জিলা। ইফালে স্বচ্ছ আৰু নিয়াৰিকৈ গুণোৎসৱ চলোৱা শিতানত গোলাঘাট প্ৰথম, কামৰূপ মহানগৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে যোৰহাট জিলা।

Tags: #AssamGunotsavHimanta Biswa SarmaRanoj pegu

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025