• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই দিৱস

Nation NE by Nation NE
October 1, 2024
in Top News, অসম
0 0
আজি অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই দিৱস
Share on FacebookShare on TwitterWhatsApp

আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে আজি এটা বিশেষ দিন। প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস।

অসম আৰক্ষীৰ বীৰ- শ্বহীদসকলক কৃতজ্ঞতা প্ৰকাশৰ অৰ্থে এই দিৱস পালন কৰা হয়। অসম আৰক্ষী হৈছে অসমৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতেই ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰা হৈছিল।

অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। “জনহিত জনসেৱাৰ্থে” বাণীৰে অসম আৰক্ষীয়ে ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে।

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো উদযাপন কৰা হয় অসম অৰক্ষী দিৱস। জিলাখনৰ আৰক্ষী অধীক্ষক হৰেন টকবিৰ উপস্থিতিত জিলা আৰক্ষীয়ে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে এই  অসম আৰক্ষী দিৱস। লগতে জিলা সদৰ হাটশিঙিমাৰীস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীয়ে প্ৰেড মাৰ্চ কৰাৰ সময়ত আৰক্ষী অধীক্ষকে আৰক্ষীৰ উদ্দেশ্যে সন্দৰ্ভত ভাষ্য প্ৰধান কৰে।

শেহতীয়াকৈ জিলাখনৰ আৰক্ষীৰ এজন কনিষ্টবলে ৰাজ্যৰ আৰক্ষী সঞ্চালকৰ তৰফৰ পৰা ৰূপৰ পদক লাভ কৰে বুলি জানিব দিয়ে।

Tags: Assam GovernmentAssam PolicePolice day

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025