• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি দিল্লীবাসীয়ে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী; আতিশীৰ সৈতে মন্ত্ৰীৰূপে শপত ল’ব ৫ গৰাকীয়ে

Nation NE by Nation NE
September 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি দিল্লীবাসীয়ে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী; আতিশীৰ সৈতে মন্ত্ৰীৰূপে শপত ল’ব ৫ গৰাকীয়ে
Share on FacebookShare on TwitterWhatsApp

দিল্লীবাসীয়ে আজি লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। আম আদমী পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনাই আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত আতিশীৰ লগতে আন পাঁচগৰাকী নেতাইও মন্ত্ৰীৰূপে শপত ল’ব।

আতিশীৰ লগতে শপত ল’বলগীয়া মন্ত্ৰী কেইগৰাকী হৈছে ইমৰান হুছেইন, কৈলাশ গহলোট, গোপাল ৰায়, মুকেশ কুমাৰ আৰু সৌৰভ ভৰদ্বাজ।

উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল আতিশী। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত আতিশীয়ে নতুন চৰকাৰ গঠনৰ বাবে উপ-ৰাজ্যপালক সাক্ষাত কৰি শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।

আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত তেওঁৰ সৈতে পাঁচজন কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব, যিয়ে নতুন চৰকাৰৰ দিশ আৰু নীতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

স্মৰ্তব্য যে, আতিশী হ’ব দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে বিজেপিৰ সুষমা স্বৰাজ আৰু কংগ্ৰেছৰ শীলা দীক্ষিত মুখ্যমন্ত্ৰী আছিল। সুষমা স্বৰাজৰ কাৰ্যকাল অতি কম আছিল যদিও শীলা দীক্ষিত ১৫ বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল।

Tags: #Arvind Kejriwal#DelhiAtishiNew Chief Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025